Browsing Category

Lifestyle

নিৰাপত্তা বৃদ্ধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত সুৰক্ষা প্ৰদান কৰিছে। বৰ্তমান জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰা চি আৰ পি এফে এতিয়া তেওঁৰ কনভয়ত অতিৰিক্ত বুলেটপ্ৰুফ বাহন

ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি উন্মোচন

বৃহস্পতিবাৰে ৰাজ্যজুৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । বড়ো জাতিৰ কাৰণে অজস্ৰ ত্যাগ স্বীকাৰ কৰা

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু

জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ

আজি কলাগুৰুৰ জন্মবাৰ্ষিকী

আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ

চৌদি আৰৱত বানৰ বিভীষিকা

ধাৰাষাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে চৌদি আৰৱত । সোমবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহুকেইখন চহৰত বানৰ সৃষ্টি হৈছে । প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিৰ লগতে হোৱা প্ৰচণ্ড বৰষুণে স্থানীয় বাসিন্দাৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মাইছে । এই বৰষুণৰ

বুলেট-প্ৰুফ গ্লাচেৰে পুনৰ মেৰামতি গেলেক্সি এপাৰ্টমেণ্টৰ

ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই