কটন কলেজলৈ ১০০ কোটি টকাৰ পেকেজ

১২৫ বছৰত ভৰি দিয়া কটন কলেজলৈ (পাছলৈ কটন বিশ্ববিদ্যালয়) আগবঢ়োৱা হৈছে এশ কোটি টকাৰ অনুদান। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে আয়োজন কৰা কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

ত্যাগ, সংগ্ৰাম আৰু আত্মবলিদানৰ ৮০ বছৰ

ফুলগুৰিৰ পৰা কনকলতালৈ—সংগ্ৰামৰ এক অমৰ ইতিহাস।স্বাধীনতাৰ ৮০ বছৰ,শ্বহীদৰ ত্যাগত গঢ়া এখন স্বাধীন দেশ।ভাৰতীয় ইতিহাসৰ এক গৌৰৱোজ্জ্বল দিন। ১৯৪৭ চনৰ এই দিনটোতেই ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল ভাৰত। কিন্তু এই স্বাধীনতা কোনো সহজলভ্য উপহাৰ…

প্ৰাচীন ঐতিহ্য আৰু আধ্যাত্মিকতাৰ অমৰ সাক্ষী!

দশম-চতুৰ্দশ শতিকাৰ অপূৰ্ব শিলৰ স্থাপত্য! প্ৰকৃতি, ইতিহাস আৰু সংমিশ্ৰিত বিশ্বাস!অৰুণাচল-অসম সীমান্তৰ পবিত্ৰ ‘মালিনী থান’।অসম-অৰুণাচল সীমান্তৰ সেউজীয়া নিৰিবিলি পৰিৱেশৰ মাজত, ইতিহাস আৰু পৌৰাণিক মহিমাৰে উদ্ভাসিত হৈ আছে এক পবিত্ৰ স্থান—…

অন্ধ্ৰৰ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা চন্দ্ৰ অভিযানলৈ

কন্দুলা জেছীৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা।অন্ধ্ৰপ্ৰদেশৰ ডৌলেশ্বৰমৰ এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনৰ এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰীয়ে নিজৰ এগৰাকী ছাত্ৰীৰ মাজত এক অসাধাৰণ সম্ভাৱনা লক্ষ্য কৰিছিল। বিজ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহ, অধ্যৱসায় আৰু কঠোৰ…

অসমৰ ইতিহাস আৰু ঐতিহ্যৰ এক‌ অনন্য নিদৰ্শন সূৰ্য পাহাৰ

৯৯,৯৯৯টা শিৱলিংগৰ জনবিশ্বাস "দ্বিতীয় কাশী" হিচাপে পৰিচিত এই সূৰ্য পাহাৰসূৰ্য পাহাৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সূৰ্য উপাসনাৰ স্থান। অসমৰ গোৱালপাৰা জিলাত অৱস্থিত সূৰ্য পাহাৰ—এনেকুৱা এখন ঐতিহাসিক তথা প্ৰত্নতাত্ত্বিক স্থান, য'ত একেলগে…