বিশ্বাস, ইতিহাস আৰু জ্যোতিৰ্বিজ্ঞানৰ এক অনন্য মিলন নৱগ্ৰহ মন্দিৰ
মহানগৰৰ চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ কেৱল এক ধৰ্মীয় তীৰ্থস্থানেই নহয়, ই অসমৰ ঐতিহ্য, জ্যোতিষ আৰু আধ্যাত্মিক বিশ্বাসৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। প্ৰতিদিনে দেশ-বিদেশৰ হাজাৰ হাজাৰ ভক্তই ইয়ালৈ আহি নৱগ্ৰহৰ আশীৰ্বাদ বিচাৰে।!-->!-->!-->…