Browsing Category

India

অন্ধ্ৰৰ চৰকাৰী বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা চন্দ্ৰ অভিযানলৈ

কন্দুলা জেছীৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা।অন্ধ্ৰপ্ৰদেশৰ ডৌলেশ্বৰমৰ এখন চৰকাৰী বিদ্যালয়। বিদ্যালয়খনৰ এগৰাকী বিজ্ঞান শিক্ষয়িত্ৰীয়ে নিজৰ এগৰাকী ছাত্ৰীৰ মাজত এক অসাধাৰণ সম্ভাৱনা লক্ষ্য কৰিছিল। বিজ্ঞানৰ প্ৰতি গভীৰ আগ্ৰহ, অধ্যৱসায় আৰু কঠোৰ…

জাতিংগা এক বাকৰুদ্ধকৰ পাৰিৱেশিক পৰ্যটন কেন্দ্র

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম। কিন্তু এই অসমতেই এনে এক ঠাই আছে, যি ঠাইক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানী তথা প্ৰকৃতিপ্ৰেমীৰ অন্তহীন কৌতুহল। প্ৰতিবছৰে মৌচুমীৰ শেষৰ পফালে, বিশেষকৈ শৰৎ কালৰ অমাৱস্যাৰ কুঁৱলীৰে আৱৃত ৰাতিবোৰত ইয়ালৈ…

কৰ দিব নলগা এখন ৰাজ্য

এই কৰ ৰেহাই কোনো নতুন চৰকাৰী আঁচনি নহয়।আপুনি জানেনে, ভাৰতত এনে এখন ৰাজ্য আছে, য'ত অধিকাংশ বাসিন্দাই কৰ দিব নালাগে? সেই ৰাজ্যখন হৈছে ছিকিম। বিশেষ সাংবিধানিক ব্যৱস্থা আৰু কৰ আইন, ১৯৬১-ৰ ধাৰা 10(26AAA)অনুসৰি ছিকিমৰ যোগ্য স্থানীয়…

এছিয়াৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ

এই মন্দিৰত আছে পৃথিৱীৰ সৰ্ববৃহৎ শিৱ লিংগ।মহা মৃত্যুঞ্জয় মন্দিৰ ) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা…

গ্লাছগোত অসম কন্যাৰ ইতিহাস

কমনৱেলথ গেমছৰ বক্সিং ৰিঙত লভলীনা বৰগোহাঁইৰ হাতত জিলিকিল ৰূপৰ পদক। প্ৰথমটো কমনৱেলথ পদক জয় কৰি মেৰী কম আৰু বিজেন্দৰ সিঙৰ অভিলেখ স্পৰ্শ কৰিলে লভলীনাই। ক্ৰীড়াক্ষেত্ৰৰ পৰা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ। বিশ্বৰ ক্ৰীড়ামঞ্চত পুনৰ জিলিকি…

AIIMS স্থাপনৰ আঁৰৰ মহিলা

ৰাজপৰিয়ালৰ পৰা স্বাধীনতা সংগ্ৰামলৈ।"ৰাজকুমাৰী অমৃত কৌৰ" আপুনি জানেনে, স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী এগৰাকী মহিলা আছিল? আৰু তেৱেঁই দেশত প্ৰথম অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS স্থাপনৰ পথ প্ৰশস্ত কৰিছিল? আমি…

উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক জয় কৰা ৰুৱাল আমুন্সেনৰ কাহিনী

কোন এই ৰুৱাল আমুন্সেন ? দৰ্শকসকল আজি আপনালোক বাবে লৈ আহিছো ৰুৱাল আমুন্সেনৰ কাহিনী । পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ উভয় মেৰুত সৰ্বপ্ৰথমে উপস্থিত হোৱা বিশ্বৰ প্ৰথমজন অভিযাত্ৰী আছিল ৰুৱাল আমুন্সেন l পৃথিৱীৰ দুয়োটা মেৰু, উত্তৰ মেৰু আৰু…

ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসকৰ কাহিনী

নাম ডাঃ আনন্দীবাই যোশী।আমাৰ সমাজত চিকিৎসকক ভগৱানৰ সমান মৰ্যাদা দিয়া হয়, নহয় নে ? যিকোনো ৰোগ-বেমাৰত আমি প্ৰথমে চিকিৎসকৰ ওপৰতেই ভৰসা কৰোঁ, তাৰ পিছতহে ভগৱানক স্মৰণ কৰোঁ। সেয়ে চিকিৎসকসকলৰ এই অমূল্য অৱদানৰ প্ৰতি সন্মান জনাই প্ৰতিবছৰে ১…