Browsing Category
India
ডেংগু ভেকচিন
অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন।
যদি আপুনিও প্ৰতিবছৰ বাৰিষা আহিলেই ডেংগুৰ আতংকত ভুগে, তেন্তে আপোনাৰ বাবে আছে এক অতি সুখবৰ। অৱশেষত ভাৰতে লাভ কৰিলে নিজৰ প্ৰথম ডেংগু ভেকচিন। বাৰিষাৰ বতৰত ম'হৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ লগে লগে!-->!-->!-->!-->!-->…
অসমৰ গৌৰৱ, বিশ্ববিখ্যাত সোণালী ৰেচম—মুগা
সংস্কৃতি আৰু আত্মপৰিচয়ৰ এক জীৱন্ত প্ৰতীক। অসমতেই স্বাভাৱিকভাৱে উৎপাদিত এই অনন্য ৰেচম—মুগা ৰাজ্যখনৰ পৰম্পৰা, সংস্কৃতি আৰু অৰ্থনীতিৰ এক বিশেষ পৰিচয় । সোণালী আভা, প্ৰাকৃতিক উজ্জ্বলতা আৰু দীঘলীয়া স্থায়িত্ব—এই তিনিটা বিশেষ গুণৰ বাবে!-->!-->!-->…
এজোপা বিশেষ গছ ‘মাংকী পাজল’
প্ৰকৃতিৰ এক জটিল সাঁথৰ। ২,০০০ বছৰীয়া জীৱন্ত ইতিহাস।বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ চিলিত ব্যাপক অভিযান। প্ৰকৃতিৰ বুকুত লুকাই আছে বহু আচৰিত উপাদান।বিশ্বৰ এনে এবিধ আচৰিত উদ্ভিদ, যি প্ৰায় ২,০০০ বছৰ পৰ্যন্ত জীয়াই থাকে। চিলিৰ ৰাষ্ট্ৰীয় গছ!-->!-->!-->…
দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা
দেশত দিনক-দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। মূল্যবৃদ্ধিৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিবনুৱা। দেশত এফালে মূল্যবৃদ্ধিৰ কোব, আনফালে নিবনুৱাৰ বৃদ্ধি—দ্বিমুখী সংকটত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰে সাধাৰণ!-->!-->!-->…
বহুতো গুণসম্পন্ন এবিধ পাত নিমপাত
নিমপাতৰ আছে বহু উপকাৰিতা। নিমপাতৰ উপকাৰিতা সম্পৰ্কে জানিবলৈ দিয়ে বহুতো আয়ুৰ্বেদিক ডাক্তৰ। নিম গছ এবিধ ঔষধি গছ হিচাপে সমাজত পৰিচিত। বিভিন্ন গৱেষণাত নিম গছৰ ঔষধি গুণৰ বিষয়ে উল্লেখ আছে। আমাৰ ছালৰ যদি খজুৱতি হয় তেতিয়া নিমপাত ব্যৱহাৰ!-->!-->!-->…
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত আহি আছে প্ৰথমখন ছবি। এই ছবিখনৰ নাম হৈছে- লভ ইউ জুবিন দা। হাৰ্টথ্ৰবগৰাকীৰ নামত এই ছবিখন নিৰ্মাণ হ'ব পশ্চিম বংগত। তিনিটা ভাষাত নিৰ্মান হ'ব ছবিখন।বঙালীৰ লগতে অসমীয়া আৰু হিন্দী ভাষাতো মুক্তি লাভ কৰিব।!-->!-->!-->!-->!-->…
অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ
অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কিন্তু সেই অসম ভ্ৰমণসূচী বাতিল কৰিছে জাপানৰ প্ৰধামন্ত্ৰীত্ব গৰাকীয়ে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়!-->!-->!-->…
২০ জুন, আজি ৰাভা দিৱস
আজি ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল ৰাজ্য, গীতে-মাতে স্মৰণ সৈনিক শিল্পীক। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।
১৯০৯ চনৰ ৩১!-->!-->!-->…
”NASAৰ স্বীকৃতিৰে IASC কাৰ্যসূচীত দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে ৰঙিয়াৰ…
ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদে লাভ কৰিছে এক ব্যতিক্ৰমী সাফল্য। International Astronomical Search Collaboration-ৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান কাৰ্যসূচীত অংশ লৈ আৰিয়ানে!-->!-->!-->!-->!-->…
তিৰুপতি লাৰুত ভেজাল ঘিউ কেলেঙ্কাৰী: কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগত আঘাত
হিন্দু ধর্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ পোৱা ঘটনাই সমগ্ৰ হিন্দু সমাজৰ ধৰ্মীয় লোকসকলৰ আৱেগত গভীৰ আঘাত হানিছিল। পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতা লৈ বহু ভক্তই সন্দেহ উত্থাপন কৰে।
যোৱা!-->!-->!-->!-->!-->…