Browsing Category

culture

অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা

গুৱাহাটীৰ পশ্চিম প্ৰান্তত শান্ত সমাহিত নীলাচল পাহাৰৰ সেউজীয়া বুকুত যুগে যুগে দীপ্তিমান হৈ আছে ভাৰতবৰ্ষৰ অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা মন্দিৰ। ই কেৱল ইটাৰে গঁথা এক মন্দিৰ নহয়; ই বিশ্বাসৰ দীপশিখা, শক্তিৰ…

ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম

প্রাণচঞ্চলা হৈ উঠিছে এতিয়া নীলাচলৰ বক্ষ।ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম।শতাব্দী পুৰণি পৰম্পৰাৰ সাক্ষী হ'বলৈ নীলাচললৈ আহিছে দেশী-বিদেশী সাধু-সন্ত। আজিৰে পৰা মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।আজি নিশা ৯ বাজি ৮ মিনিট ৪২…

২০ জুন, আজি ৰাভা দিৱস

আজি ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল ৰাজ্য, গীতে-মাতে স্মৰণ সৈনিক শিল্পীক। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ১৯০৯ চনৰ ৩১…

দীপজ্যোতি সন্দিকৈৰ ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ-টিজাৰ আনুষ্ঠানিকভাৱে মুকলি

বিশিষ্ট পৰিচালক দীপজ্যোতি সন্দিকৈৰ নতুন ছুটি ছবি ‘Khamosh Dishayein… The Tranquil Horizon’ৰ পোষ্টাৰ, টিজাৰ আৰু প্ৰ’ম’চনেল ভিডিঅ’ৰ ১১ জানুৱাৰী দেওবাৰে গুৱাহাটীৰ ছয়মাইলস্থিত পিপল ট্ৰী ইনত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ছ’চিয়েল মিডিয়াৰ…

তিৰুপতি লাৰুত ভেজাল ঘিউ কেলেঙ্কাৰী: কোটি কোটি ভক্তৰ ধৰ্মীয় আৱেগত আঘাত

হিন্দু ধর্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান তিৰুপতি মন্দিৰত প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা লাৰুত ভেজাল ঘিউ পোৱা ঘটনাই সমগ্ৰ হিন্দু সমাজৰ ধৰ্মীয় লোকসকলৰ আৱেগত গভীৰ আঘাত হানিছিল। পৱিত্ৰ প্ৰসাদৰ বিশুদ্ধতা লৈ বহু ভক্তই সন্দেহ উত্থাপন কৰে। যোৱা…

তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ

ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ…

আজি ষট পূজা

ষট পূজা হৈছে এটা প্রাচীন বৈদিক হিন্দু উৎসৱ, যাৰ মূল উদ্দেশ্য সূর্য দেৱতা আৰু তেওঁৰ পত্নী ঊষা আৰু সন্ধ্যাক পূজা-অৰ্চনা কৰা। ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, আৰু নেপালত আৰম্ভ হোৱা এই উৎসৱটি আজিকালি সমগ্ৰ ভাৰত তথা বিদেশতো সমান উৎসাহেৰে…

এইবাৰৰ দিপাৱলী জুবিন বিহীন

জুবিন বিহীন প্ৰথমটো দিপাৱলী অসমবাসীয়ে আজি পালন কৰিছে। নাই কোনো উৎসাহ নাই কোনো আনন্দৰ ঢল। বিষাদৰ চকুলো বোৱাই জুবিনৰ গীতেৰে পাৰ কৰা গৈছে দিপাৱলীৰ আনন্দ। দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। দীপাৱলী জাতি ধৰ্ম…

আজি কাতি বিহু

কাতি বিহু বা কঙালী বিহু অসমৰ তিনিটা বিহুৰ অন্যতম আৰু এটি মহত্বপূর্ণ জাতীয় উৎসৱ। আহিন মাহৰ শেষৰদিনা তথা কাতি মাহৰ প্ৰথম দিনা, অৰ্থাৎ আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। এই সময়ত অসমবাসীৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে, নতুন…

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে…