Browsing Category

Lifestyle

দেওবাৰৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

দেওবাৰৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলা হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ । আই বসুমতী ৰজস্বলা হোৱা প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা । ২০২৫ বৰ্ষৰ…

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ

যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ…

ডিমৌৰ কৃষি বিভাগৰ বিৰুদ্ধে ধনৰ বিনিময়ত কৃষি সঁজুলি আৰু শস্য বিতৰণৰ গুৰুত্বৰ অভিযোগ

অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত ডিমৌ কৃষি বিষয়াৰ কাৰ্যালয়ত আউল লাগিছে | দীৰ্ঘদিনে একেটা কাৰ্যালয়তে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু ৪ৰ্থ বৰ্গৰ কৰ্মীয়ে থিতাপি লৈ দিন অতিবাহিত কৰি নানা ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ |…

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ আমন্ত্ৰণৰ্মে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ

২২ এপ্ৰিলৰ পহলগাম আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনিক ধ্বংস কৰাৰ লক্ষ্যৰে ভাৰতে গ্ৰহণ কৰা অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ এমাহ পিছত পোন প্ৰথমবাৰৰ বাবে বিদেশ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তর্ভুক্ত হ’ল মিজোৰাম

ভাৰতীয় ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত নোহোৱা মেঘালয়ৰ ৰাজধানী শ্বিলং, মণিপুৰৰ ৰাজধানী ইম্ফল, নাগালেণ্ডৰ ৰাজধানী কহিমা আৰু মিজোৰামৰ ৰাজধানী আইজল চহৰক ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত ভাৰত…

গৰমৰ দিনত কেনেকৈ আৰাম পাব পাৰি: গ্ৰীষ্মকাল পাৰ কৰাৰ সহজ উপায়

গ্ৰীষ্মকাল অসমবাসীৰ বাবে এটি কঠিন সময় হৈ পাৰে। এই সময়ছোৱাত তাপমাত্রা অধিক পোৱাৰ বাবে শৰীৰিক আৰু মানসিক অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ বৰষুণ অহাৰ আগৰ সময়ছোৱাত, গৰম আৰু আর্দ্ৰতা দুয়োটা বৃদ্ধি পায়। সেইবাবে গ্ৰীষ্মকালত শৰীৰ সুস্থ ৰাখিবলৈ…

অতি শীঘ্ৰেই ৰঙিয়াৰ ৮ নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’ব এখনি আটকধুনীয়া দলং

ৰঙিয়াত ৬ কোটি ৫৯ লাখ ৫৪ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন বিশেষ দলং। স্বাধীনোত্তৰ কালৰ পৰা কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৮ নম্বৰ ৱাৰ্ডটো শেহতীয়াভাৱে ৰঙিয়া বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হয়। ৮ নম্বৰ ৱাৰ্ডত আছে এখনি অতি…

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু…

কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে ।…