Browsing Category

India

অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ শিল্পী ড°ভূপেন হাজৰিকা ।

আজি অসমীয়া সংগীত জগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ গায়ক সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ ৯৮ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ মহান কৰ্মৰাজি সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ গুণমুগ্ধসকলে তেওঁৰ কৰ্মৰাজিৰ গীত আৰু কথাৰে স্মৰণ কৰে। অসমীয়া সংগীত জগতত হাজাৰ হাজাৰ

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০

এটি সু-স্বাস্থ্যৰ সন্তান জন্ম দিবলৈ গৰ্ভৱতী মহিলাসকলে কেনেদৰে নিজৰ যত্ন ল’ব লাগে জানি লওক

নিয়মীয়াকৈ প্ৰসৱৰ পূৰ্বে যত্ন ল’লে মহিলাসকলে গৰ্ভাৱস্থাৰ জটিলতাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে ডক্তৰ ওচৰলৈ যোৱাৰ সময় নিৰ্ধাৰণ কৰিব লাগে। এই ভ্ৰমণৰ সময়ত সাধাৰণতে শাৰীৰিক পৰীক্ষা, ওজন পৰীক্ষা,