Browsing Category

India

আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।

আজি লক্ষ্মী পূজা। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই…

আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।

মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী। ১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ…

আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ

ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো…

দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা

সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন‌ দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ । প্ৰতিযোগিতাত…

দুৰ্গা দেৱীৰ ৯টা ৰূপ আৰু ইয়াৰ মহত্ব

আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়চোৱাত মা দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰা হয়। দুৰ্গা দেৱীৰ ৯টা ৰূপ কি কি আৰু এই ৰূপসমূহৰ মহত্বৰ বিষয়ে আপুনি জানেনে? দুৰ্গা মাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনা মা…

নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।

ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে…

“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।

২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০…

আজি বিশ্ব গঁড় দিৱস ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে খ্যাতি লাভ কৰাৰ অন্যতম কাৰণ হৈছে এশিঙীয়া গড় । কিয়নো এশিঙীয়া গঁড় কেৱল অসমতেই পোৱা যায় । এশিঙীয়া গড় হৈছে অসমৰ গৌৰৱ । আজি বিশ্ব গঁড় দিৱস । সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱসৰ । এই দিৱস পালন কৰাৰ…

এমপক্স ভাইৰাছ কি?

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা এমপক্সক পূৰ্বে মাংকিপক্স বুলি কোৱা হৈছিল। এমপক্স ভাইৰাছ হৈছে এবিধ সংক্ৰামক ৰোগ। সাধাৰণতে এন্দুৰ, শহাপহু আদি এমপক্সত আক্ৰান্ত হোৱা দেখা গৈছিল প্ৰথম অৱস্থাত। পৰৱৰ্তী সময়ত এই ভাইৰাছ মানুহলৈ সংক্ৰমিত হয়। এমপক্স…

হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি? গঢ়ি তোলক এই ৫টা অভ্যাস ।

আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ। সাধাৰণ মানুহৰ মাজত প্ৰায়ে হৃদযন্ত্ৰৰ সমস্যা দেখা যায়। হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি? গঢ়ি তোলক এই ৫টা অভ্যাস । বৰ্তমান সময়ত বিভিন্ন ৰোগে মানুহক ভাৰাক্ৰান্ত…