Browsing Category

India

কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা…

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন? আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে…

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন…

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ । বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম…

“পৃথিৱীৰ উষ্ণতা হ’বগৈ ৭০ ডিগ্ৰী

ক্ৰমাত আয়ুস টুটি আহিছে পৃথিৱীৰ l পৃথিৱীৰ উষ্ণতা হ'বগৈ ৭০ ডিগ্ৰী l এই ভয়াৱহ আগজাননী জাৰি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীৰ l পৃথিৱীত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ l পৃথিৱীৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন? পৃথিৱীত…

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩৮ জন

উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। থিতাতে মাৰ্চুলাৰ সমীপৰ খাৱৈত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে। আহতসকলক বিমানেৰে লৈ গৈ এইমছ ঋষিকেশত ভৰ্তি কৰোৱা হৈছে। সাহায্য আৰু উদ্ধাৰৰ…

ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক

সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ…

আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ…

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে…

দীপান্বিতাত ৰাম জন্মভূমি অযোধ্যাত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড

সমগ্ৰ দেশতে দীপাৱলীৰ উছাহ । অযোধ্যাত আৰম্ভ হৈছে পোহৰৰ উৎসৱ। এইবাৰ উদযাপন কৰা দীপাৱলী উপলক্ষে আটাইতকৈ ডাঙৰ হৈছে অযোধ্যাৰ দীপাৱলী। জানুৱাৰী মাহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অযোধ্যাত উদযাপন কৰা হৈছে…