Browsing Category
Politics
ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে ৱাকফ বিৰোধী আন্দোলন
দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ৱাকফ সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। অসমৰো ভিন ভিন ঠাইত শ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দৰং জিলাৰ দলগাঁৱৰ বেছিমাৰীতো উত্তৰ পূৰ্বাঞ্চল সংখ্যা লঘু ছাত্ৰ সন্থা নেমছু'ৰ দৰং জিলা!-->…
মোদীৰ সংগ ত্যাগ ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিৰ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰশৰ নেতৃত্বত ৰাষ্ট্ৰীয় লোক জনশক্তি পাৰ্টিয়ে NDAৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। দেওবাৰে আম্বেদকাৰ জয়ন্তী উপলক্ষে পাটনাত দলীয় কর্মীসকলক দিয়া ভাষণৰ সময়ত এই কথা!-->…
ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ
যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত!-->…
দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ
বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ!-->…
সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?
১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব ।
২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব,!-->!-->!-->!-->!-->…
প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু
জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ!-->…
ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?
সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী!-->…
২০২৫ বৰ্ষৰ “ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…
২০২৫ বৰ্ষৰ "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ল’বেল মেৰিটাইম লিডাৰ্ছৰ সৈতে!-->…
সদনৰ মজিয়াত জেওৰা-জপনা, ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতা বিৰোধীৰ
২১ মার্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা অভব্য আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী । বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে সদনৰ উত্তাল কৰি তোলে । নিৰাপত্তা বিচাৰি!-->…