Browsing Category
Politics
हनीमून मिस्ट्री! राजा हत्याकांड में सोनम समेत 4 आरोपी गिरफ्तार
मध्य प्रदेश के इंदौर की सोनम रघुवंशी ने पुलिस के सामने सरेंडर कर दिया है. मेघालय पुलिस का दावा है कि सोनम और राज कुशवाहा के संबंधों के चलते राजा रघुवंशी की मेघालय में हत्या कराई गई और इसमें भाड़े के हत्यारे भी शामिल हैं l
राजा!-->!-->!-->!-->!-->…
ৰাছিয়াত ইউক্ৰেইনৰ সৰ্ববৃহৎ আক্ৰমণ
পুটিনক শক্তি প্ৰদৰ্শন ইউক্ৰেইনৰ। ৰাছিয়াত ইউক্ৰেইনৰ পুনৰ ভয়াৱহ ড্ৰোণ আক্ৰমণ। এই আক্ৰমণৰ জৰিয়তে ইউক্ৰেইনে ৰাছিয়াৰ চাৰিটা বিমানঘাটি আৰু ৪০খন যুদ্ধবিমানক লক্ষ্য কৰি লৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইউক্ৰেইনে এবছৰ ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল।!-->…
নতুন দিল্লীত টিম অসম প্ৰদেশ কংগ্ৰেছ
গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ পিছতেই নতুন দিল্লীলৈ অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ নেতাক জৰুৰী তলৱ কৰি মাতি নিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৷ ৩ জুনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব গৌৰৱ!-->…
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ “সাংসদ ৰত্ন-২০২৫” সন্মান
বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ২০২৫ চনৰ ‘সংসদ ৰত্ন বঁটা’ৰ বাবে মনোনীত কৰা হৈছে । প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈ!-->…
গৌৰৱ গগৈৰ নাম কটা গ’ল, ভাৰত চৰকাৰে নিদিলে গৌৰৱ গগৈক নিৰাপত্তা CLEARANCE
অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিদেশ ভ্ৰমণ কৰিব ভাৰতৰ সাংসদ সকলে । ৫৯ জন সাংসদ ৭ টা দলত বিভক্ত হৈ বিশ্বৰ ভিন্ন দেশলৈ গৈ সন্ত্ৰাসবাদ সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী আগবঢ়াব । কিন্তু তাতো লাগিছে অথন্তৰ । কিয়নো কংগ্ৰেছৰ সাংসদৰ তালিকাত পূৰ্বতে অসমৰ সাংসদ!-->…
নিৰাপত্তা বৃদ্ধি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ
ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক কেন্দ্ৰীয় চৰকাৰে বৰ্ধিত সুৰক্ষা প্ৰদান কৰিছে। বৰ্তমান জেড কেটেগৰী নিৰাপত্তা প্ৰদান কৰা চি আৰ পি এফে এতিয়া তেওঁৰ কনভয়ত অতিৰিক্ত বুলেটপ্ৰুফ বাহন!-->…
যুদ্ধ বিৰতি উলংঘা কৰি শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ পুনৰ ভাৰত আক্ৰমণৰ চেষ্টা
শনিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ বিৰতিৰ কথা উল্লেখ কৰি xত পোষ্ট শ্বেয়াৰ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ । আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশেই বুদ্ধিমত্তাৰে সৈতে যুদ্ধ বিৰতিৰ বাবে সন্মতি জনোৱাৰ কথাও প্ৰকাশ কৰে মাৰ্কিন ৰাষ্ট্ৰপতি!-->…
দেশৰ পৰৱৰ্তী লোকপিয়লত অন্তৰ্ভুক্ত হ’ব জাতিগত গণনা
দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু!-->…
“আমাৰ চুবুৰীয়াই মানৱীয়তাৰ হত্যা কৰিছে”-ফাৰুক আব্দুল্লা
পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । সোমবাৰে জম্মু কাশ্মীৰ নেচনেল কনফাৰেন্স দলৰ মুৰব্বী গৰাকীয়ে কয় যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ সৈতে হোৱা!-->…
“মই Resign দিম”-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সাংসদ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দৰাচলতে কেইমাহ মান পূৰ্বৰে পৰা দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগে । শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী!-->…