Browsing Category
Lifestyle
আজি ষঠ পূজা
আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী!-->…
আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…
সেউজীয়া শাক-পাচলিৰ উপকাৰিতা
আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন?
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে!-->!-->!-->…
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ।
২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ!-->!-->!-->…
আজি কিং কোহলীৰ জন্মদিন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট!-->!-->!-->…
ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক
সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ!-->…
আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন
আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ!-->…
বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান
যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে!-->…
আজি পোহৰৰ উৎসৱ দীপাৱলী
আজি পোহৰৰ উৎসৱ দীপান্বিতা। দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে এক সুকীয়া মাদকতা।পোহৰৰ উৎসৱ দীপাৱলী মানেই যেন আনন্দৰ উৎসৱ। সন্ধিয়ালৈ ঘৰে ঘৰে সকলোৱে বন্তি প্ৰজ্বলন কৰিব।ফটকা,আটচবাজী শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ!-->…