Browsing Category

Lifestyle

দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,

ট্ৰিনিডাড এণ্ড টবাগ’ত ভাৰতীয় সংস্কৃতিৰ আভাষত মন্ত্ৰমুগ্ধ নৰেন্দ্ৰ মোদী

ঘানা ভ্ৰমণ সামৰি দুদিনীয়া কাৰ্যসূচীৰে কেৰিবিয়ান দেশ ট্ৰিনিডাড এণ্ড টবাগ'ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প'ৰ্ট অফ স্পেইনৰ পিয়াৰ্ক' আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পূৰ্ণ

মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা

মাতৃহাৰা সমুজ্জ্বল ভট্টাচাৰ্যৰ কাষত মুখ্যমন্ত্ৰী

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ তেওঁ কিছু দিন পূৰ্বে পৰলোকলৈ গমন কৰা তেখেতৰ পৰম পূজনীয়া মাতৃ বীণা ভট্টাচাৰ্যক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

জগন্নাথ ৰথ যাত্ৰা: এক ধৰ্মীয় উৎসৱ

জগন্নাথ ৰথযাত্ৰা ভাৰতবৰ্ষৰ এক বিখ্যাত আৰু পবিত্ৰ ধৰ্মীয় উৎসৱ। প্ৰতি বছৰৰ দৰে এই বছৰো ওড়িশাৰ পুৰী নগৰীত প্ৰভূ জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাপ মূৰ্তি ৰথত উঠাই এই মহান যাত্ৰাৰ আয়োজন কৰা হৈছে। এই উৎসৱটি আষাঢ় মাহৰ শুক্ল পক্ষৰ

আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস

প্ৰতি বছৰে ২৬ জুন তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। এই দিৱসৰ মূল উদ্দেশ্য হ'ল মাদক দ্ৰব্যৰ অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰা আৰু ড্ৰাগছৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলা। ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱসটোক

আজিৰে পৰা আৰম্ভ অম্বুবাচী মহাযোগ

যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । সুচাৰুৰূপে পবিত্ৰ অম্বুবাচী মহাযোগ পালন আৰু ভক্ত সুৰক্ষাৰ বাবে সাজু প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতি।ভক্তৰ সুৰক্ষা বাবে বিশেষ নীতি-নির্দেশনা আৰু সতৰ্কতাও জাৰি

দেওবাৰৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

দেওবাৰৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলা হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ । আই বসুমতী ৰজস্বলা হোৱা প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা । ২০২৫ বৰ্ষৰ

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ

যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ

ডিমৌৰ কৃষি বিভাগৰ বিৰুদ্ধে ধনৰ বিনিময়ত কৃষি সঁজুলি আৰু শস্য বিতৰণৰ গুৰুত্বৰ অভিযোগ

অবিভক্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অন্তৰ্গত ডিমৌ কৃষি বিষয়াৰ কাৰ্যালয়ত আউল লাগিছে | দীৰ্ঘদিনে একেটা কাৰ্যালয়তে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু ৪ৰ্থ বৰ্গৰ কৰ্মীয়ে থিতাপি লৈ দিন অতিবাহিত কৰি নানা ধৰণৰ দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ |