Browsing Category
India
অভিশপ্ত ৩০ অক্টোবৰৰ ১৬ বছৰ
২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই সম্পূৰ্ণ কৰিলে প্ৰায় দুটা দশক। শিশুকে ধৰি ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক। এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী!-->…
তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ
অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ সভাপতি দুলু আহমেদে তৃণমূল কংগ্ৰেছত যোগদান কৰে । কলকতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সোমবাৰে অসম তৃণমূল কংগ্ৰেছ দলত যোগদান দুলু আহমেদৰ।!-->…
ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ঘোষণা ফণীভূষণ চৌধুৰীৰ
অগপৰ প্ৰবীণ ৰাজনীতিক, বঙাইগাঁৱৰ অবিসম্বাদী ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীৰ নাম অতীত হ'বলৈ আগবাঢ়িছে। ১৯৮৩ চনৰ পৰা একেৰাহে বঙাইগাঁৱৰ বিধায়ক হোৱাৰ এক সুকীয়া অভিলেখ আছে ফণীভূষণ চৌধুৰীৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা!-->…
আজি ধনতেৰচ ।
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচ পালন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ!-->…
গ্ৰেপ্তাৰ হ’ল ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ
অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষীৰ দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ!-->…
বিধ্বংসী বানপানী আৰু অসম
উত্তৰ-পূব ভাৰতৰ অসম প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এখন নাম জ্বলা ৰাজ্য, বিশেষকৈ বাৰিষা কালত বছৰি হোৱা বিধ্বংসী বানপানীৰ বাবে । মূলতঃ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ উফন্দি উঠাৰ ফলত সৃষ্টি হোৱা এই বানপানীয়ে অঞ্চলটোৰ লাখ লাখ লোকৰ জীৱন!-->…
ৰাজহুৱা হ’ল ৰতন টাটাৰ ইচ্ছাপত্ৰ
মানুহৰ বাবে জীয়াই থকা মানুহজন নাইকিয়া হোৱাৰ প্ৰায় এটা পষেক পাৰ হ'ল । কেৱল দেশৰে নহয়, বিশ্বৰ এক কিংবদন্তি উদ্যোগপতি আছিল ৰতন টাটা । ৯ অক্টোবৰৰ নিশা ১১.৩০ বজাত মুম্বাইৰ ৮৬ বছৰ বয়সত ৰতন টাটাই ইহলীলা সম্বৰণ কৰে । টাটাৰ মৃত্যুৰ পিছতেই!-->…
আজি কাতি বিহু।
আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে!-->…
আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।
আজি লক্ষ্মী পূজা।
ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই!-->!-->!-->…
আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।
মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী।
১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ!-->!-->!-->…