Browsing Category

d north east

ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান

২০২৬ চনৰ ৭ জুলাইত ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় অসামৰিক সন্মান "Bintang Republik Indonesia Adipurna" প্ৰদান কৰা হয়। এই সন্মান জাকাৰ্টাত আনুষ্ঠানিকভাৱে প্ৰদান কৰে।ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ বন্ধুত্ব, কৌশলগত অংশীদাৰিত্ব, বাণিজ্য,…

অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা

গুৱাহাটীৰ পশ্চিম প্ৰান্তত শান্ত সমাহিত নীলাচল পাহাৰৰ সেউজীয়া বুকুত যুগে যুগে দীপ্তিমান হৈ আছে ভাৰতবৰ্ষৰ অন্যতম পৱিত্ৰ, প্ৰাচীন আৰু অলৌকিক শক্তিপীঠ—মা কামাখ্যা মন্দিৰ। ই কেৱল ইটাৰে গঁথা এক মন্দিৰ নহয়; ই বিশ্বাসৰ দীপশিখা, শক্তিৰ…

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি। বানে অতি জটিল ৰূপ ধাৰণ কৰিছে ৬ খন জিলাৰ ৯৬ খন গাওঁ প্লাৱিত। ধেমাজিৰ চিমেন নৈৰ বাঢ়নী পানীত উটি গ’ল ৪জনকৈ লোক।  ব্রহ্মপুত্র নৈত জীৱন্তে উদ্ধাৰ ৩জন লোকক উদ্ধাৰ কৰা হৈছে যদিও  এতিয়াও সন্ধানহীন আন এজন। …

আপোনাৰ স্বাস্থ্য, আমাৰ অগ্ৰাধিকাৰ

বাৰিষাৰ সময়ত উতলা পানী খোৱা আৰু বাহিৰৰ কটা ফল নোখোৱাটো অতি জৰুৰী। ইয়াৰ উপৰিও দৈনিক ৩০ মিনিট খোজ কাঢ়িলে ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে।বাৰিষা কালত ডায়েৰিয়া আৰু ডেংগুৰ প্ৰকোপ বাঢ়ে। সাৱধান হ’বলৈ উতলা পানী খাওক, চাৰিওফাল…

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ

অসম ভ্ৰমণ বাতিল জাপানৰ প্ৰধানমন্ত্ৰীৰ।১ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কিন্তু সেই অসম ভ্ৰমণসূচী বাতিল কৰিছে জাপানৰ প্ৰধামন্ত্ৰীত্ব গৰাকীয়ে। শেহতীয়াকৈ, ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়…

ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম

প্রাণচঞ্চলা হৈ উঠিছে এতিয়া নীলাচলৰ বক্ষ।ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম।শতাব্দী পুৰণি পৰম্পৰাৰ সাক্ষী হ'বলৈ নীলাচললৈ আহিছে দেশী-বিদেশী সাধু-সন্ত। আজিৰে পৰা মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।আজি নিশা ৯ বাজি ৮ মিনিট ৪২…

২০ জুন, আজি ৰাভা দিৱস

আজি ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল ৰাজ্য, গীতে-মাতে স্মৰণ সৈনিক শিল্পীক। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। ১৯০৯ চনৰ ৩১…

”NASAৰ স্বীকৃতিৰে IASC কাৰ্যসূচীত দুটা নতুন গ্ৰহাণু আৱিষ্কাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে ৰঙিয়াৰ…

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম আৰু ৰুমা নাজৰিণৰ সুপুত্ৰ আৰিয়ান জিছান আহমেদে লাভ কৰিছে এক ব্যতিক্ৰমী সাফল্য। International Astronomical Search Collaboration-ৰ অধীনত চলোৱা গ্ৰহাণু অনুসন্ধান কাৰ্যসূচীত অংশ লৈ আৰিয়ানে…

“গেছৰ সমস্যা কমাবলৈ সহজতে কৰা ঘৰুৱা উপায়”

প্ৰতিদিনেই বহু লোকে গেছৰ সমস্যাত ভুগিব লাগে। যদিও ইয়াক সাধাৰণ যেন লাগে, ই দৈনন্দিন জীৱনশৈলীত একেবাৰে অসুবিধা জন্মায়। এই সমস্যা ভাগক কমাবলৈ খাদ্যাভ্যাস সলনি কৰাৰ লগতে, ৰুটিনৰ লগত জীবনৰ অভ্যাসতো উন্নত কৰা অত্যাবশ্যক। ইয়াৰ বাহিৰেও ঘৰত…

“চিয়া ছীডছ স্বাস্থ্যকৰ, কিন্তু ভুল ব্যৱহাৰে কৰিব উপকাৰৰ সলনি ক্ষতি”

স্বাস্থ্য সচেতন লোকৰ মাজত চিয়া ছীডছৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে। ওমেগা–৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে পৰিপূর্ণ এই স্মুদি, দৈ, অটছ বা চালাডত সহজেই মিহলি কৰিব পৰা যায়। কিন্তু পুষ্টিবিদৰ মতে চিয়া ছীডছ খোৱা যেন তেনে…