Browsing Category
d north east
হিমন্ত বিশ্বৰ মুখত আখৈ ফুটা দি ফুটিছে বেদখলকাৰীৰ হিচাপ
শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । "বুঢ়া বুঢ়ী শাল"ৰ উন্নয়নৰ বাবে নিৰ্মিত প্ৰকল্পটো ৮.৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ইয়াৰ পিছতেই সংবাদ!-->…
ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ
ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ!-->…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী
ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা!-->…
পথাৰত পানী যোগানত বিফল জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী
ৰাজ্যত অভাৱনীয় খৰাং পৰিস্থিতিয়ে জুৰুলা কৰিছে কৃষকক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰত মেলিছে চিৰাল ফাঁট । খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হবলগীয়া হৈছে কৃষকসকল । বৰষুণৰ অভাৱত কৃষকসকলে কঠিয়াও ৰোপণ কৰিব পৰা নাই । খৰাঙৰ বাবে কঠিয়াবোৰ নষ্ট হোৱা!-->…
ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ
নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ!-->…
ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে
মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ!-->…
পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক
শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় নিযুক্তি পত্র প্রদান অনুষ্ঠান ৷ মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্র সমূহ ৷
পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক ৷ আজি এই অনুষ্ঠানত!-->!-->!-->!-->!-->…
বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ
বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। সমষ্টিয়ে সমষ্টিয়ে বাঢিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। বিপিএফ দলৰ মাজতো বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা। বৃহস্পতিবাৰে তামুলপুৰৰ কচুবাৰীস্থিত বিষ্ণুপুৰী সেৱাশ্ৰমত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।
!-->!-->!-->!-->!-->…
বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ
চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ!-->…
মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা
বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক!-->…