Browsing Tag

India

“IPPB ৰ ৮ বছৰত ১২ কোটিৰো অধিক গ্ৰাহক,ঘৰেঘৰে বেংকিং সেৱা”

ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংক (IPPB) এ ৮ বছৰৰ কাৰ্যকালত ১২ কোটিৰো অধিক গ্ৰাহক অন্তৰ্ভুক্ত কৰি কোটি কোটি ডিজিটেল লেনদেন সম্পন্ন কৰিছে। দেশৰ ঘৰেঘৰে বেংকিং সেৱা আগবঢ়াই আহিছে ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংকে। ২০১৮ চনত আৰম্ভ হোৱা পৰা, IPPB বিশ্বৰ

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টকিঅ'ত হ'বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে এই যাত্ৰা প্রধানমন্ত্রীগৰাকীৰ। ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই

এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা

১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য

আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী

আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি

বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি

দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি‌ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে,

নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ

ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ