আজি ষট পূজা
ষট পূজা হৈছে এটা প্রাচীন বৈদিক হিন্দু উৎসৱ, যাৰ মূল উদ্দেশ্য সূর্য দেৱতা আৰু তেওঁৰ পত্নী ঊষা আৰু সন্ধ্যাক পূজা-অৰ্চনা কৰা। ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, আৰু নেপালত আৰম্ভ হোৱা এই উৎসৱটি আজিকালি সমগ্ৰ ভাৰত তথা বিদেশতো সমান উৎসাহেৰে!-->…