Browsing Category
World
পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ
প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য ।
ইজৰাইলে!-->!-->!-->…
দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ
দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l
ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ!-->!-->!-->…
ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।
অৱশেষত অন্ত পৰিল অপেক্ষাৰ । নাছাৰ পৰা আহিল সেই ভাল খবৰটো । অহা ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম'ৰ ।
ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ, যাক সমগ্ৰ বিশ্বতে আৱদ্ধ মহাকাশচাৰী বুলি জনা যায়।মহাকাশলৈ গৈ!-->!-->!-->…
আজি মিকি মাউছ দিৱস
১৮ নৱেম্বৰত অৰ্থাৎ আজিৰ দিনটোতেই বিশ্বৰ আটাইতকৈ চিনাকি কাৰ্টুন চৰিত্ৰ মিকি মাউছৰ আত্মপ্ৰকাশ ঘটিছিল । ১৯২৮ চনৰ আজিৰ দিনটোতে মিকিয়ে প্ৰথমবাৰৰ বাবে এনিমেটেড চুটি ছবি ষ্টিমবোট উইলিত অভিনয় কৰে। ৱাল্ট ডিজনী আৰু উব আইৱেৰ্কছৰ দ্বাৰা নিৰ্মিত মিকি!-->…
গাজাত পুনৰ ইজৰাইলী সেনাৰ আক্ৰমণ
গাজাত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ । হাজাৰ স্কুল আৰু হাস্পতালত এইবাৰ আক্ৰমণ চলাইছে ইজৰাইলৰ সেনাই । এই আক্ৰমণত ৪৭জন লোকৰ মৃত্যু হোৱাৰ লগতেই বহু লোক আহত হৈছে । মধ্য গাজাত অৱস্থিত অল-আকাছা হাস্পতালৰ জৰুৰীকালীন বিভাগত ইজৰাইলী সেনাই বোমা!-->…
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোঁৱাই
ঘোষণা কৰা হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল ড'নাল্ড ট্ৰাম্প । ট্ৰাম্প হ'ব আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি । তাৰ মাজতেই বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী ভাৰতীয় মহিলা । অৱশ্যে তেওঁ নহয়!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…
কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা!-->…
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।
বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম!-->!-->!-->…
“পৃথিৱীৰ উষ্ণতা হ’বগৈ ৭০ ডিগ্ৰী
ক্ৰমাত আয়ুস টুটি আহিছে পৃথিৱীৰ l পৃথিৱীৰ উষ্ণতা হ'বগৈ ৭০ ডিগ্ৰী l এই ভয়াৱহ আগজাননী জাৰি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীৰ l পৃথিৱীত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ l পৃথিৱীৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন?
পৃথিৱীত!-->!-->!-->…