Browsing Category
Top News
নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।
ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে!-->…
আজি বিশ্ব গঁড় দিৱস ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে খ্যাতি লাভ কৰাৰ অন্যতম কাৰণ হৈছে এশিঙীয়া গড় । কিয়নো এশিঙীয়া গঁড় কেৱল অসমতেই পোৱা যায় । এশিঙীয়া গড় হৈছে অসমৰ গৌৰৱ ।
আজি বিশ্ব গঁড় দিৱস । সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱসৰ । এই দিৱস পালন কৰাৰ!-->!-->!-->…
ৰাষ্ট্ৰীয় নায়ক তথা অধিনায়ক বিক্ৰম বাত্ৰাৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।
৯ ছেপ্টেম্বৰত ভাৰতে কাৰ্গিল যুদ্ধৰ নায়ক তথা সাহস আৰু ত্যাগৰ প্ৰতীক কেপ্তেইন বিক্ৰম বাত্ৰাক স্মৰণ কৰি তেওঁৰ জন্মদিন উদযাপন কৰে। ১৯৭৪ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পালামপুৰত জন্মগ্ৰহণ কৰিছিল বিক্ৰম বাত্ৰাই ।ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ থকা!-->…
প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক
দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া!-->…
পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে
২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০!-->…
“বিপিএফ নিৰ্ঘাত হাৰিব, লাহে লাহে বিপিএফ নোহোৱা হ’ব”-পিযুষ হাজৰিকা
https://youtu.be/VK-IaT8dpBs
নলবাৰীত চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ বিশাল ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ
https://youtu.be/cguNqc1g7s0
“ৰাহুল গান্ধীয়ে সমষ্টি সলনিয়েই নহয় অতি শীঘ্ৰে ৰাম মন্দিৰত সেৱা কৰিব আহিব”-ৰণজিৎ কুমাৰ…
https://youtu.be/q_U5qMNIkr0