Browsing Category
Top News
“মই Resign দিম”-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
সাংসদ গৌৰৱ গগৈ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । দৰাচলতে কেইমাহ মান পূৰ্বৰে পৰা দেশৰ ৰাজনীতিত তোলপাৰ লগাই আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগে । শেহতীয়াকৈ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী!-->…
বিপদৰ সময়ত দেশবাসীৰ কাষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
বিশ্ব জোঁকাৰি গ'ল পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই । এই আক্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যস্ত আছিল ছৌদি আৰৱ ভ্ৰমণত । কিন্তু সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ লাভ কৰিয়েই তৎক্ষণাত ভ্ৰমণসূচী আধাতে সামৰি আজি পুৱাই নতুন দিল্লীত!-->…
GMCHৰ কেঞ্চাৰ হাস্পাতালত মুকলি হ’ল ৰ’বটিক ছাৰ্জাৰী সেৱা
বহাগ বিহুৰ প্ৰাকক্ষণত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডত ইতিহাস সৃষ্টি কৰি আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ কেঞ্চাৰ বিভাগত প্ৰৱৰ্তন কৰা হৈছে অত্যাধুনিক অংক'-ৰবটিক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা । এই অত্যাধুনিক সেৱা মুকলি কৰে ৰাজ্যৰ!-->…
দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ
বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ!-->…
সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?
১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব ।
২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব,!-->!-->!-->!-->!-->…
মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা
চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?!-->…
প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু
জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ!-->…
ধ্বংসস্তুপত পৰিণত ম্যানমাৰ, বেংকক
প্ৰকৃতিৰ ৰোষত দুখন দেশ । ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ । ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা!-->…
ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?
সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী!-->…
সদনৰ মজিয়াত জেওৰা-জপনা, ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতা বিৰোধীৰ
২১ মার্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা অভব্য আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী । বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে সদনৰ উত্তাল কৰি তোলে । নিৰাপত্তা বিচাৰি!-->…