Browsing Category

Top News

কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা

“পৃথিৱীৰ উষ্ণতা হ’বগৈ ৭০ ডিগ্ৰী

ক্ৰমাত আয়ুস টুটি আহিছে পৃথিৱীৰ l পৃথিৱীৰ উষ্ণতা হ'বগৈ ৭০ ডিগ্ৰী l এই ভয়াৱহ আগজাননী জাৰি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীৰ l পৃথিৱীত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ l পৃথিৱীৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন? পৃথিৱীত

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে

ইজৰাইলৰ ওপৰত বৃহৎ মিছাইল আক্ৰমণৰ পৰিকল্পনা ইৰাণৰ

অব্যাহত আছে মধ্য প্ৰাচ্যৰ ভয়াবহ যুদ্ধ। দীৰ্ঘদিন ধৰি চলি থকা ইৰাণ ইজৰাইলৰ যুদ্ধই‌ লৈছে ভয়ংকৰ ৰূপ। একেদৰে এইবাৰ ইজৰাইলৰ ওপৰত এক মাৰাত্মক আক্ৰমণৰ পৰিকল্পনা কৰিছে ইৰাণে।ইৰাণে নিজৰ ভূমিত হোৱা আক্ৰমণৰ প্ৰতিশোধ ল'বলৈ ইজৰাইলৰ বিৰুদ্ধে এক ডাঙৰ

গ্ৰেপ্তাৰ হ’ল ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ

অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষীৰ দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ

দুৰ্গা দেৱীৰ ৯টা ৰূপ আৰু ইয়াৰ মহত্ব

আজিৰ পৰা আৰম্ভ হ'ল শাৰদীয় নৱৰাত্ৰি। নৱৰাত্ৰিৰ সময়চোৱাত মা দুৰ্গাৰ নটা ৰূপক পূজা অৰ্চনা কৰা হয়। দুৰ্গা দেৱীৰ ৯টা ৰূপ কি কি আৰু এই ৰূপসমূহৰ মহত্বৰ বিষয়ে আপুনি জানেনে? দুৰ্গা মাৰ প্ৰথমটো ৰূপ হৈছে শৈলপুত্ৰী। নৱৰাত্ৰিৰ প্ৰথমদিনা মা

নিজ কন্যাৰ হাতত প্ৰাণ হেৰুৱালে জন্মদাত্ৰী মাতৃয়ে ।

ৰাজ্যত বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা। হত্যা, লুণ্ঠন, ডকাইতিকে ধৰি বিভিন্ন অপৰাধ প্ৰতিদিনে ঘটিয়েই থাকে। স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পিছতো ক’ৰবাত যদি হত্যা, লুণ্ঠন, ধৰ্ষণ ক’ৰবাত চুৰি, ডকাইতি, প্ৰৱঞ্চনা, ধনদাবী, অপহৰণ ইত্যাদি ঘটনা প্ৰায়ে

আজি বিশ্ব গঁড় দিৱস ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে খ্যাতি লাভ কৰাৰ অন্যতম কাৰণ হৈছে এশিঙীয়া গড় । কিয়নো এশিঙীয়া গঁড় কেৱল অসমতেই পোৱা যায় । এশিঙীয়া গড় হৈছে অসমৰ গৌৰৱ । আজি বিশ্ব গঁড় দিৱস । সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হয় বিশ্ব গঁড় দিৱসৰ । এই দিৱস পালন কৰাৰ

ৰাষ্ট্ৰীয় নায়ক তথা অধিনায়ক বিক্ৰম বাত্ৰাৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি ।

৯ ছেপ্টেম্বৰত ভাৰতে কাৰ্গিল যুদ্ধৰ নায়ক তথা সাহস আৰু ত্যাগৰ প্ৰতীক কেপ্তেইন বিক্ৰম বাত্ৰাক স্মৰণ কৰি তেওঁৰ জন্মদিন উদযাপন কৰে। ১৯৭৪ চনৰ আজিৰ দিনটোতে হিমাচল প্ৰদেশৰ পালামপুৰত জন্মগ্ৰহণ কৰিছিল বিক্ৰম বাত্ৰাই ।ভাৰতীয় সেনাৰ প্ৰতি আকৰ্ষণ থকা

প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক

দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া