Browsing Category
Top News
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে ।!-->…
পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ
প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য ।
ইজৰাইলে!-->!-->!-->…
দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ
দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l
ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ!-->!-->!-->…
দেৱেন্দ্ৰ ফাড়নাবিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । দেৱেন্দ্ৰ ফাড়নাবিছেই হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । বিজেপিৰ বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্ত। ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব!-->…
আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
আজি ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ ৰাষ্ট্ৰই আজি পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমসমূহ এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান বুলি স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয় । আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ!-->…
গাজাত পুনৰ ইজৰাইলী সেনাৰ আক্ৰমণ
গাজাত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ । হাজাৰ স্কুল আৰু হাস্পতালত এইবাৰ আক্ৰমণ চলাইছে ইজৰাইলৰ সেনাই । এই আক্ৰমণত ৪৭জন লোকৰ মৃত্যু হোৱাৰ লগতেই বহু লোক আহত হৈছে । মধ্য গাজাত অৱস্থিত অল-আকাছা হাস্পতালৰ জৰুৰীকালীন বিভাগত ইজৰাইলী সেনাই বোমা!-->…
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ সংক্ষিপ্ত জীৱনী
দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ আজি শপত গ্ৰহণ কৰে সঞ্জীৱ খান্নাই । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সঞ্জীৱ খান্নাক শপত বাক্য পাঠ কৰোৱায় । আচলতে এই কোন হয় এই সঞ্জীৱ খান্না ? সংক্ষিপ্তে!-->…
বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল
বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ।
কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ!-->!-->!-->…
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোঁৱাই
ঘোষণা কৰা হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল ড'নাল্ড ট্ৰাম্প । ট্ৰাম্প হ'ব আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি । তাৰ মাজতেই বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী ভাৰতীয় মহিলা । অৱশ্যে তেওঁ নহয়!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…