Browsing Category

Sports

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত…

আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী

শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে…

আজিৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫। ক্ৰিকেট অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই আজি কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব IPL ২০২৫ৰ প্ৰথমখন মেচ । মেচৰ পূৰ্বে ইডেন গাৰ্ডেনত অনুষ্ঠিত হৈছে IPL ৰ অষ্টাদশ সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান । সন্ধিয়া ৭বজাৰ পৰা…

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল

বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক…

IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া

চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ'ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে…

পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ

পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য । ২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ…

আজি কিং কোহলীৰ জন্মদিন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি । ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট…

“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।

২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০…

বিশ্ব টি২০ ক্ৰিকেট আৰু ইয়াৰ ইতিহাস ।

২০০৭ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখটো ক্ৰিকেট জগতৰ এক গুৰুত্বপূৰ্ণ দিন । এই দিনটোতেইআইচিচিৰ বিশ্ব টি-২০ৰ জন্ম হৈছিল । বিশ্ব ক্ৰিকেটৰ এক নতুন যুগৰ আৰম্ভণি হৈছিল এই‌ দিনটোৰ পৰাই । টি-২০ৰ পূৰ্বে ক্ৰিকেট প্ৰধানকৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবে…

আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।

"ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।" আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ…