Browsing Category
Science
অপাৰেচন সেন্দুৰে পাকিস্তানক দিলে সঠিক উত্তৰ
২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। এই প্ৰত্যাক্ৰমণক ভাৰতে নামাকৰণ কৰিছিল অপাৰেচন সেন্দুৰ হিচাপে । পাকিস্তান আৰু পাকিস্তান অধিকৃত!-->…
ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।
অৱশেষত অন্ত পৰিল অপেক্ষাৰ । নাছাৰ পৰা আহিল সেই ভাল খবৰটো । অহা ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম'ৰ ।
ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ, যাক সমগ্ৰ বিশ্বতে আৱদ্ধ মহাকাশচাৰী বুলি জনা যায়।মহাকাশলৈ গৈ!-->!-->!-->…
এমপক্স ভাইৰাছ কি?
বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা এমপক্সক পূৰ্বে মাংকিপক্স বুলি কোৱা হৈছিল। এমপক্স ভাইৰাছ হৈছে এবিধ সংক্ৰামক ৰোগ। সাধাৰণতে এন্দুৰ, শহাপহু আদি এমপক্সত আক্ৰান্ত হোৱা দেখা গৈছিল প্ৰথম অৱস্থাত। পৰৱৰ্তী সময়ত এই ভাইৰাছ মানুহলৈ সংক্ৰমিত হয়। এমপক্স!-->!-->!-->…
এটি সু-স্বাস্থ্যৰ সন্তান জন্ম দিবলৈ গৰ্ভৱতী মহিলাসকলে কেনেদৰে নিজৰ যত্ন ল’ব লাগে জানি লওক
নিয়মীয়াকৈ প্ৰসৱৰ পূৰ্বে যত্ন ল’লে মহিলাসকলে গৰ্ভাৱস্থাৰ জটিলতাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ সু-স্বাস্থ্যৰ বাবে ডক্তৰ ওচৰলৈ যোৱাৰ সময় নিৰ্ধাৰণ কৰিব লাগে। এই ভ্ৰমণৰ সময়ত সাধাৰণতে শাৰীৰিক পৰীক্ষা, ওজন পৰীক্ষা,!-->…
পেনিচিলিন আৱিষ্কাৰক ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং
https://youtu.be/4mVlADUf4EA?si=NP-kwaH3RvDnMip9