Browsing Category

Politics

অপাৰেচন মহাদেৱত বৃহৎ সফলতা,পাহেলগাঁও হত্যাকাণ্ডৰ মূল চক্ৰান্তকাৰী নিহত

স্থান: শ্ৰীনগৰ, ২৮ জুলাই, ২০২৫ ভাৰতীয় সেনা, CRPF আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত আজি “অপাৰেচন মহাদেৱ” সফলভাৱে সম্পন্ন হৈছে। এই অভিযানত তিনিজন লস্কৰ-ই-তইবা সংগঠনৰ কুখ্যাত সন্ত্রাসবাদী নিহত হৈছে। নিহত হোৱা সন্ত্রাসবাদীসকলৰ ভিতৰত

নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণ সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সংবাদ মেল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনুষ্ঠানিক ভ্ৰমণ সন্দৰ্ভত মূল অন্তৰ্দৃষ্টি আৰু আপডেট প্ৰদান কৰি লণ্ডনৰ পৰা সংবাদ মাধ্যমক পোনপটীয়াকৈ সম্বোধন কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে। ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, ব্ৰিটেইনৰ

হিমন্ত বিশ্বৰ মুখত আখৈ ফুটা দি ফুটিছে বেদখলকাৰীৰ হিচাপ

শদিয়াৰ বুঢ়া-বুঢ়ী শালৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । "বুঢ়া বুঢ়ী শাল"ৰ উন্নয়নৰ বাবে নিৰ্মিত প্ৰকল্পটো ৮.৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । ইয়াৰ পিছতেই সংবাদ

ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ

ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী

ৰাহুল গান্ধী তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ত আয়োজিত এক দলীয় সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান কৰা দেখা যায় । অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যত চলাই থকা

পথাৰত পানী যোগানত বিফল জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যত অভাৱনীয় খৰাং পৰিস্থিতিয়ে জুৰুলা কৰিছে কৃষকক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথাৰত মেলিছে চিৰাল ফাঁট । খৰাং বতৰৰ বাবে ক্ষতিগ্ৰস্ত হবলগীয়া হৈছে কৃষকসকল । বৰষুণৰ অভাৱত কৃষকসকলে কঠিয়াও ৰোপণ কৰিব পৰা নাই । খৰাঙৰ বাবে কঠিয়াবোৰ নষ্ট হোৱা

ঘৃণনীয় পৰ্যায় লাভ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে

মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছে । কিয়নো মহাৰাষ্ট্ৰ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত মহাৰাষ্ট্ৰ বিধানসভাৰ চৌহদত বিজেপি আৰু এনচিপি এছ পিৰ বিধায়কৰ সমৰ্থকৰ মাজত হিংসাত্মক সংঘৰ্ষৰ সৃষ্টি হয়। দৰাচলতে গাড়ীৰ

পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক

শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় নিযুক্তি পত্র প্রদান অনুষ্ঠান ৷ মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্র সমূহ ৷ পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক ৷ আজি এই অনুষ্ঠানত

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ

বিটিআৰত বলিছে নিৰ্বাচনী গৰম বতাহ। সমষ্টিয়ে সমষ্টিয়ে বাঢিছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। বিপিএফ দলৰ মাজতো বৃদ্ধি হৈছে নিৰ্বাচনী তৎপৰতা। বৃহস্পতিবাৰে তামুলপুৰৰ কচুবাৰীস্থিত বিষ্ণুপুৰী সেৱাশ্ৰমত বিপিএফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হয়।

বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ

চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশগ্ৰহণ কৰা বৈদেশিক মন্ত্ৰীৰ প্ৰতিনিধি দলৰ অংশ হিচাপে মঙলবাৰে বেইজিঙত চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙক সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। চুবুৰীয়া ৰাষ্ট্ৰ আৰু প্ৰধান অৰ্থনীতি হিচাপে ভাৰত আৰু চীনৰ