Browsing Category

Politics

হোৱাইট হাউছত সাত ইউৰোপীয়ান নেতাৰে বৈঠকত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সোমবাৰে হোৱাইট হাউছত ইউৰোপৰ সাতজন নেতাক সাক্ষাৎ কৰে । ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ ইউক্ৰেইনৰ যুদ্ধৰ জৰুৰী অন্ত পেলোৱাৰ আহ্বানৰ

আজিৰে পৰা ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰা

দেশত ভোটাধিকাৰৰ ৰক্ষা আৰু গণতান্ত্ৰিক মূল্যবোধক আগবঢ়াবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজিৰে পৰা "ভোটাৰ অধিকাৰ যাত্ৰা” আৰম্ভ কৰিছে । নাগৰিকসকলক নিজৰ ভোটাধিকাৰৰ প্ৰতি সজাগ কৰি তোলা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যৰে তিনি

আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী

আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি

অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ

চিৰদিনলৈ ধৰা-পৃষ্ঠক বিদায় জনালে ঝাৰখণ্ডৰ “দিশম গুৰু”ৱে

ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMMৰ প্ৰতিষ্ঠাপক তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ৰাজ্যখনৰ বৰ্ষীয়ান নেতা শিবু ছোৰেনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত আজি চিৰদিনৰ বাবে ধৰাৰ পৰা

চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল খুমটাইৰ বৰফলং চাহ বাগিচা

বিভিন্ন কাৰণত বিভিন্ন সময়ত চাহ বাগিছা কাৰ্যালয় সমূহত শ্ৰমিকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখা যায় । পিছপৰা জনজাতি হোৱাৰ বাবেই পাবলগীয়া সুবিধা সমূহৰ পৰাও বঞ্চিত হয় বহু চাহ শ্ৰমিক । নায্য প্ৰাপ্তিৰ দাবীৰে চাহ মজদুৰ সংঘ তথা চৰকাৰৰ

এজন হিতাধিকাৰীৰ আই ডি নম্বৰত চৰকাৰী গৃহ লাভ আন এজন হিতাধিকাৰীৰ

দৰঙৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তত বিগত সময়ত দৰিদ্ৰৰ নামত আৱন্টিত চৰকাৰী গৃহ আঁচনিত অনিয়ম, স্বজন, তোষণ আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ বহুদিনীয়া। শেহতীয়াকৈ পঞ্চায়তখনত আন এক অনিয়মৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন

অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান

লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই

বৰ্তমানেও অনিশ্চয়তাৰ গৰ্ভত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি

দীর্ঘদিন ধৰি চলি অহা ভাৰত–আমেৰিকা বাণিজ্য চুক্তিৰ ভবিষ্যৎ এতিয়াও অনিশ্চিত হৈ আছে, কিয়নো ১ আগষ্টৰ সময়সীমা চমু চাপি আহিছে যদিও চুক্তি‌ এতিয়াও চূড়ান্ত কৰা হোৱা নাই।যাৰ পৰিপ্ৰেক্ষিতত, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ইংগিত দিছে যে,

কংগনাই কয় বিৰোধীৰ ইছ‍্যু নাই,সুপ্ৰিয়াৰ ভাষণত মোদীৰ প্ৰশংসা

চলিত লোকসভাৰ বৰ্ষাকালীন অধিবেশনত বিভিন্ন সময়ত বিভিন্ন বিষয় উপস্থাপন কৰি বিৰোধীয়ে সদন উত্তাল কৰি তুলিছে। অপাৰেশ্যন সেন্দূৰ, বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ অনুশীলন আদিকে ধৰি কেইবাটাও বিষয়ক কেন্দ্ৰ কৰি প্ৰতিদিনেই বিৰোধীয়ে সদনত