Browsing Category
North East
প্ৰকৃতিৰ সোনালী ঔষধ কেঁচা হালধি
ইয়াত আছে কাৰকিউমিন নামৰ এক শক্তিশালী উপাদান।হালধি হৈছে এনে এক মছলা যিটো শতক শতক জুৰি ভাৰতীয় পাকঘৰত এক গুৰুত্বপূৰ্ণ উপাদান হৈ আহিছে, বিশেষকৈ খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে,আমাৰ পাকঘৰত সহজে পোৱা এই সোনালী মছলাবিধ কেৱল খাদ্যৰ সোৱাদ আৰু ৰং!-->!-->!-->…
এবিধ মাৰাত্মক ভাইৰাছ
HANTAVIRUS নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা বাহিত এক ভাইৰাছ। হাণ্টাভাইৰাছ হৈছে এন্দুৰ বা নিগনিজাতীয় প্ৰাণীৰ দ্বাৰা সংক্ৰমিত এক মাৰাত্মক ভাইৰাছ। ই মানুহৰ হাওঁফাওঁ আৰু বৃক্কত আক্ৰমণ কৰে। সংক্ৰমিত এন্দুৰৰ মল, মূত্ৰ বা লেলাউটি বতাহত মিহলি হৈ!-->!-->!-->…
এজোপা বিশেষ গছ ‘মাংকী পাজল’
প্ৰকৃতিৰ এক জটিল সাঁথৰ। ২,০০০ বছৰীয়া জীৱন্ত ইতিহাস।বিলুপ্তিৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ চিলিত ব্যাপক অভিযান। প্ৰকৃতিৰ বুকুত লুকাই আছে বহু আচৰিত উপাদান।বিশ্বৰ এনে এবিধ আচৰিত উদ্ভিদ, যি প্ৰায় ২,০০০ বছৰ পৰ্যন্ত জীয়াই থাকে। চিলিৰ ৰাষ্ট্ৰীয় গছ!-->!-->!-->…
এবিধ সৰু বনৌষধি, যাৰ আছে বহু স্বাস্থ্যগুণ
পোক-পতংগ আঁতৰাই ৰখাত সহায় কৰে এই পাতে।আমাৰ ঘৰৰ চোতালত সহজে পোৱা এবিধ সেউজীয়া গছ—তুলসী। হিন্দু পৰম্পৰাত পৱিত্ৰ উদ্ভিদ হিচাপে পূজিত এই গছজোপা আয়ুৰ্বেদতো এক গুৰুত্বপূৰ্ণ বনৌষধি। বহু পৰিয়ালে এতিয়াও সৰু-সুৰা স্বাস্থ্য সমস্যাত তুলসীৰ!-->!-->!-->…
দেশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে মানসিক ৰোগীৰ সংখ্যা
মনস্তাত্বিক ৰোগত আক্ৰান্ত হৈ পৰিছে দেশৰ তৰুণ-তৰুণী।দুশ্চিন্তা-অৱসাদ,নিচাৰ গৰাহত প্ৰায় ৫.৪ কোটি আক্ৰান্ত।মানসিক ৰোগত আক্ৰান্ত হৈ পৰিছে ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ ল’ৰা-ছোৱালী দেশত এতিয়া নীৰৱে সংগোপনে শিপাইছে এক গভীৰ সংকটে।এই সংকট কোনো শাৰীৰিক!-->!-->!-->…
দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা
দেশত দিনক-দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। মূল্যবৃদ্ধিৰ পিছতে এইবাৰ বৃদ্ধি পাইছে নিবনুৱা। দেশত এফালে মূল্যবৃদ্ধিৰ কোব, আনফালে নিবনুৱাৰ বৃদ্ধি—দ্বিমুখী সংকটত দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰে সাধাৰণ!-->!-->!-->…
ঐতিহাসিক উৎসৱ ৰথ যাত্ৰা
)
ভাৰতৰ অন্যতম পৱিত্ৰ আৰু ঐতিহাসিক উৎসৱ ৰথ যাত্ৰা।ৰথ যাত্ৰা হৈছে শ্ৰীজগন্নাথ দেৱ, বলভদ্ৰ আৰু সুভদ্ৰাৰ পৱিত্ৰ যাত্ৰা। এই উৎসৱ বিশেষকৈ ওড়িশাৰ পুৰী ধামত অতি ধুমধামে পালন কৰা হয়। এই দিনা তিনিওজন দেৱ-দেৱীক সুন্দৰকৈ সজোৱা বিশাল কাঠৰ ৰথত!-->!-->!-->!-->!-->…
বিপদৰ সংকেট ধ্বনি,ফুটি যাব পাৰে জলবোমা
বিপদৰ সংকেট ধ্বনি বাজি উঠিল সোমবাৰে। ফুটি যাব পাৰে জলবোমা…সতৰ্ক কৰি দিলে জনসাধাৰণক। পূৰ্বৰে পৰা আশংকা কৰা হৈছিল ,নদীবান্ধ নহয়, জলবোমা হ’ব নামনি সোৱণশিৰি নদীবান্ধ। বিশেষজ্ঞসকলৰ বিজ্ঞানসন্মত অধ্যয়ন, সতৰ্কবাণী আওকাণ কৰি নিৰ্মাণ কৰা!-->!-->!-->!-->!-->…
ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম
প্রাণচঞ্চলা হৈ উঠিছে এতিয়া নীলাচলৰ বক্ষ।ভক্তিৰসেৰে গুঞ্জৰিত শক্তিপীঠ মা কামাখ্যা ধাম।শতাব্দী পুৰণি পৰম্পৰাৰ সাক্ষী হ'বলৈ নীলাচললৈ আহিছে দেশী-বিদেশী সাধু-সন্ত। আজিৰে পৰা মা কামাখ্যা ধামত অম্বুবাচী মহাযোগ।আজি নিশা ৯ বাজি ৮ মিনিট ৪২!-->!-->!-->…
২০ জুন, আজি ৰাভা দিৱস
আজি ৰাভা দিৱস। কলাগুৰুৰ সৃষ্টিৰাজিৰ চৰ্চাৰে জীপাল ৰাজ্য, গীতে-মাতে স্মৰণ সৈনিক শিল্পীক। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰে জীপাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত।
১৯০৯ চনৰ ৩১!-->!-->!-->…