Browsing Category
North East
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ!-->…
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস
চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই!-->…
অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান
মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি!-->…
এছিয়া কাপ ক্রিকেট টুৰ্নামেণ্টৰ বাবে ভাৰতীয় দল ঘোষণা
১৫জনীয়া ভাৰতীয় দলটোৱে অহা ৯ ছেপ্তেম্বৰৰ পৰা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সাজু হৈছে। অধিনায়ক সূৰ্য কুমাৰ য়াদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোত শুভমন গীল উপ অধিনায়কৰূপে থাকিব। ভাৰতীয় ক্রিকেট দলৰ মুখ্য!-->…
হোৱাইট হাউছত সাত ইউৰোপীয়ান নেতাৰে বৈঠকত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সোমবাৰে হোৱাইট হাউছত ইউৰোপৰ সাতজন নেতাক সাক্ষাৎ কৰে । ইউৰোপীয় ইউনিয়নৰ নেতাসকলৰ ইউক্ৰেইনৰ যুদ্ধৰ জৰুৰী অন্ত পেলোৱাৰ আহ্বানৰ!-->…
আজিৰে পৰা ৰাহুল গান্ধীৰ ভোটাৰ অধিকাৰ যাত্ৰা
দেশত ভোটাধিকাৰৰ ৰক্ষা আৰু গণতান্ত্ৰিক মূল্যবোধক আগবঢ়াবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজিৰে পৰা "ভোটাৰ অধিকাৰ যাত্ৰা” আৰম্ভ কৰিছে । নাগৰিকসকলক নিজৰ ভোটাধিকাৰৰ প্ৰতি সজাগ কৰি তোলা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যৰে তিনি!-->…
আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী
আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি!-->…
লাচিত বৰফুকন পুলিচ একাডেমীৰ দ্বিতীয়টো দীক্ষান্ত সমাৰোহ
আজি দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত ১ম, ২য় আৰু ৩য় নং ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত ৭০০ গোৱা আৰক্ষীৰ নিযুক্তি কনিষ্টবলৰ দীক্ষান্ত সমাৰোহৰ পেৰেডত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সমাৰোহৰ মুখ্য অতিথি হিচাপে!-->…
আজি পবিত্ৰ ৰাখী বন্ধন
ৰক্ষাবন্ধন অথবা ৰাখীবন্ধন হৈছে ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি ভগ্নী-ভ্রাতৃত্বৰ বন্ধনক প্ৰতিফলিত কৰে। "ৰক্ষা" অৰ্থাৎ সুৰক্ষা আৰু "বন্ধন" অৰ্থাৎ বান্ধ — এই দুয়ো শব্দ মিলি ৰক্ষাবন্ধন হৈছে ভাতৃ-ভগ্নীৰ পৰস্পৰৰ প্ৰতি স্নেহ, মৰম আৰু!-->…
অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ!-->…