Browsing Category

North East

আজি পৱিত্ৰ বৰদিন

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি

বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে সদৰী কৰা অনুসৰি ৰাজ্যজুৰি পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান । এইবাৰ ৰাজ্যজুৰি তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হৈছে । শদিয়াৰ পৰা

ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খৱৰ!

ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ ডাঙৰ খৱৰ আনিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।আজি লখিমপুৰত উপস্থিত হৈ কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লখিমপুৰত দেওবাৰে অসম চৰকাৰৰ ‘বিকাশৰ ১২দিন’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই ঘোষণা

লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী

লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী । দুই সন্তানৰ সৈতে লণ্ডনৰ বাসিন্দা হ'ব বিৰাট-অনুষ্কা । বৰ্তমান অষ্ট্ৰেলিয়াত আছে টিম ইণ্ডিয়াৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। তাৰ মাজতেই ক্ৰিকেটাৰ গৰাকীয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা তথা

ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।

ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে ।

৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল

নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে এই মহোৎসৱ।এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে

আজি কিংবদন্তি অভিনেতা ৰাজ কাপুৰৰ জন্মদিন

আজি ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা ৰাজ কাপুৰৰ শতবাৰ্ষিক জন্মদিন ৷ অভিনেতা ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা মনোৰঞ্জন জগতৰ সৈতে জড়িত আছিল ৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু

আজি শ্বহীদ দিৱস

অসমী আইৰ অস্তিত্ব ৰক্ষাৰ যুঁজত শত শত শ্বহীদৰ আত্মবলিদানেৰে পুণ্য আৰু ধন্য এই অসম ভূমি৷আজি ১০ ডিচেম্বৰ, শ্বহীদ দিৱস।অসম আন্দোলনত জাতিৰ হকে জীৱন উৎসৰ্গা কৰা প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ লগতে সেই ঐতিহাসিক আন্দোলনত প্ৰাণ আহুতি দিয়া

দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ

দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ

BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস

যোধপুৰত BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস, পেৰেডত অংশগ্ৰহণ অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ যোধপুৰত বি এছ এফৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি জাতিৰ সেৱাত প্ৰাণ হেৰুৱা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক