Browsing Category

North East

উত্তৰ পূৱৰ এগৰাকী কণমানিৰ প্ৰতিভাই মুহিলে অমিত শ্বাহক

শনিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিছ একাডেমী উদ্বোধন কৰি পোনে পোনে মিজোৰামৰ আইজললৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আইজলত অনুষ্ঠিত Assam rifles ৰ কেম্প স্থানান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানতে

বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে মিজোৰামলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিছে দেশৰ গৃহমন্ত্ৰীগৰাকী। উত্তৰ পূবৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে,কাৰ্যপন্থা হাতত লোৱাৰ লক্ষ্যৰে এই ভ্ৰমণ গৃহমন্ত্ৰীগৰাকীৰ। আজি দিনৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাৱত উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ

অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

১৪ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূৰ্বাঞ্চল তথা অসম ভ্ৰমণক লৈ এক বিবৃতি জাৰি কৰিছে। ১৪ মাৰ্চত

ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । এপ্ৰিলৰ ২ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৬৩০টা

এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ

৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,

চলিত বৰ্ষৰ সম্পতিৰ কৰৰ সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াৰ সংবাদমেল

২৪-২৫ বৰ্ষত ১লাখ ১৬ৰ গৃহৰ ভিতৰত ১লাখ ১০হাজাৰ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে । ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰ ৮০-৮৫কোটি টকা সংগ্ৰহ কৰ। ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭কোটি টকা সংগ্ৰহ হয়। এতিয়াও প্ৰায় ২৫ হাজাৰে ট্ৰেড প্ৰত্ৰ লোৱা নাাই পৌৰ নিগমৰ

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ বৰ্ণাঢ্য উদযাপন

অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই

দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী

মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ জ্বলাই

আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে

শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

বিশ্ব কৰ্কট দিৱস (World Cancer Day) প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এই দিৱসটোৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, আৰু সেই ৰোগৰ পৰা বাচিবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰৰ ওপৰত আলোকপাত কৰা। ১৯৩৩ চনত বিশ্ব স্বাস্থ্য