Browsing Category

North East

তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ

ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ

“অধিকাৰ দাবীত পঞ্চায়ত বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অনির্দিষ্টকালীন ধৰ্মঘট অব্যাহত”

সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ১১ নবেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত ৰাখিছে কৰ্মবীৰ্তি আৰু অৱস্থান ধৰ্মঘট। দাবীৰ বিপৰীতে ৰাজ্য চৰকাৰে অগভীৰতা দেখুৱাইছে বুলি সংগঠনে তীব্ৰ ক্ষোভ

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল স্নাতকোত্তৰ মহলাৰ ৭২তম আলোচনীৰ উন্মোচনী অনুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২২-২৩ বৰ্ষৰ উদ্যোগত দ্বাসপ্ততিতম গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ উন্মোচনী অনুষ্ঠান ৩১ অক্টোবৰ ২০২৫ শুক্ৰবাৰে বিয়লি ৩ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত এক

“দেৱী দূৰ্গাৰ আগমন আৰু উৎসৱৰ আনন্দ”

"या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥" আহিন মাহৰ পৰা আৰম্ভ হোৱা শৰৎ ঋতুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয় দূৰ্গা পূজা। এই পূজা ভাগ দেৱী দূৰ্গাৰ মাহাত্ম্যক সোঁৱৰি অনুষ্ঠিত কৰা হয়।

“তিঁয়হ ৰসৰ স্বাস্থ্য উপকাৰিতা আৰু সঠিক খোৱাৰ সময়”

গ্ৰীষ্মৰ তাপত গৰম কমাবলৈ আৰু শৰীৰক শীতল ৰাখিবলৈ ঘৰুৱা উপায়বোৰৰ ভিতৰত তিঁয়হৰ ৰস অতি জনপ্ৰিয়। ডাঃ উপাসনা বহৰাই কৈছে — “স্বাস্থ্যই মানুহৰ আটাইতকৈ ডাঙৰ সম্পদ। ইয়াক সুস্থভাৱে বজাই ৰাখিবলৈ সঠিক খাদ্যাভ্যাস, নিয়মীয়া কৈ ব্যায়াম আৰু প্ৰাকৃতিক

“দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ”

হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল। অভিযোগ

“তীব্ৰ প্ৰতিবাদৰ মাজত নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. অলীৰ পদত্যাগ”

নেপালত পুনৰ এটা বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন। প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলীয়ে পদত্যাগ কৰে। চৰকাৰৰ নিৰ্দেশত সংঘটিত হোৱা দমন কাৰ্য্যত অন্ততঃ ২২ জন লোকৰ মৃত্যুৰ পিছত দেশজুৰি তীব্ৰ প্ৰতিবাদ পুনৰ জ্বলিবলৈ ধৰাত এই পদক্ষেপ ল’ব লয় বাধ্য হয়।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টকিঅ'ত হ'বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে এই যাত্ৰা প্রধানমন্ত্রীগৰাকীৰ। ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?

ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত