Browsing Category
International
ভয়াবহ দুৰ্ঘটনাত মৃত্যু ১২ গৰাকী শিক্ষাৰ্থীৰ
ব্ৰাজিলত সংঘটিত এক মৰ্মান্তিক বাছ দুৰ্ঘটনাত ১২ জন বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত হয় । ছাও পাওলো ৰাজ্যৰ ৰিবেইৰাও প্ৰেট’ চহৰৰ সমীপত ছাত্ৰ-ছাত্ৰীৰে ভৰা এখন বাছ আৰু দ্ৰুতবেগী ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰায় ১৯!-->…
আজি বিশ্ব মাতৃভাষা দিৱস
আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় ।
ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১!-->!-->!-->…
কানাডাৰ টৰন্ট’ত বিমান দুৰ্ঘটনা
সোমবাৰে বিয়লি টৰন্টো পিয়ৰছন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ডেল্টা এয়াৰ লাইনছৰ বিমানখনে আলকাতৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰে । জানিব পৰা মতে বিমানখনত ৮০ জন যাত্ৰী উপস্থিত আছিল । ইয়াৰে ২২ জন কানাডিয়ান!-->…
৯ মাহৰ অন্তত ধৰা লৈ উভতিব সুনীতা উইলিয়ামছ
যোৱা ৮ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল নাছাৰ হাতত । নাছাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সকলো ঠিকে থাকিলে মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ।!-->…
মধ্য আমোৰিকাত ভয়ংকৰ দুৰ্ঘটনা
সোমবাৰে মধ্য আমেৰিকাৰ এখন অতি সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ দলঙৰ ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশখনতেই শোকৰ ছাঁ পেলাইছে। দেশৰ!-->…