Browsing Category
International
মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা
চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?!-->…
ধ্বংসস্তুপত পৰিণত ম্যানমাৰ, বেংকক
প্ৰকৃতিৰ ৰোষত দুখন দেশ । ম্যানমাৰত ভূমিকম্পৰ বিধ্বংসী ৰূপ । ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল বেংকক আৰু ম্যানমাৰ চহৰৰ ডাঙৰ ডাঙৰ অট্টালিকাবোৰ । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ইয়াৰ ভিডিঅ’। ভাইৰেল ভিডিঅ’টোত চিঞৰ-বাখৰ কৰি ৰাজপথত দৌৰা দেখা!-->…
২০২৫ বৰ্ষৰ “ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…
২০২৫ বৰ্ষৰ "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ল’বেল মেৰিটাইম লিডাৰ্ছৰ সৈতে!-->…
আই পি এল ২০২৫ ত উজলিছে দুই অসম সন্তান, গৌৰৱান্বিত ৰাজ্যবাসী
শনিবাৰে বহু প্ৰত্যাশিত আই পি এল ২০২৫ৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বলিউডৰ কিং খান শ্বাহৰুখ খান, সুকণ্ঠী গায়িকা শ্ৰেয়া ঘোষাল, অভিনেত্ৰী দিশা পাটানী আৰু গায়ক কৰণ ওজলাই । অভিনেতা শ্বাহৰুখ খানে আদৰণি বক্তব্যৰে!-->…
ধৰাৰ বুকুলৈ আগমন সুনীতা উইলিয়ামছৰ
বিগত বৰ্ষৰ ৫ জুন তাৰিখে মাত্ৰ এটা সপ্তাহৰ বাবে মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল সুনীতা উইলিয়ামচ আৰু বেৰী বুশ্ব উইলমৰক। কিন্তু কিছু যান্ত্ৰিক বিজুতিৰ কাৰণে ৭ দিনৰ বাবে মহাকাশলৈ যোৱা দুয়োগৰাকী মহাকাশচাৰী আৱদ্ধ হৈ থাকিল ৯ মাহলৈ। আমেৰিকাৰ মহাকাশ!-->…
নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান
মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ!-->…
আজি আন্তৰ্জাতিক নাৰী দিৱস।
আজি আন্তৰ্জাতিক নাৰী দিৱস। মহিলাসকলৰ বাবে উৎসৰ্গিত এটা বিশেষ দিন । সমগ্ৰ বিশ্বজুৰি আজি এই বিশেষ দিনটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে । এই দিৱসৰ প্ৰাথমিক উদ্দেশ্য হৈছে নাৰীৰ অধিকাৰ সন্দৰ্ভত সজাগতা বিয়পাই তেওঁলোকক সমতা আৰু অধিকাৰৰ দিশত!-->…
এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ
৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,!-->…
৮ মার্চত জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন
আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ!-->…