Browsing Category

India

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ । বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম

“পৃথিৱীৰ উষ্ণতা হ’বগৈ ৭০ ডিগ্ৰী

ক্ৰমাত আয়ুস টুটি আহিছে পৃথিৱীৰ l পৃথিৱীৰ উষ্ণতা হ'বগৈ ৭০ ডিগ্ৰী l এই ভয়াৱহ আগজাননী জাৰি ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানীৰ l পৃথিৱীত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ l পৃথিৱীৰ এনে অৱস্থাৰ বাবে আচলতে দায়ী কোন? পৃথিৱীত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩৮ জন

উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক বৃহৎ পথ দুৰ্ঘটনা। থিতাতে মাৰ্চুলাৰ সমীপৰ খাৱৈত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত ৩৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে বহু লোক আহত হৈছে। আহতসকলক বিমানেৰে লৈ গৈ এইমছ ঋষিকেশত ভৰ্তি কৰোৱা হৈছে। সাহায্য আৰু উদ্ধাৰৰ

ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক

সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ

আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে

দীপান্বিতাত ৰাম জন্মভূমি অযোধ্যাত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড

সমগ্ৰ দেশতে দীপাৱলীৰ উছাহ । অযোধ্যাত আৰম্ভ হৈছে পোহৰৰ উৎসৱ। এইবাৰ উদযাপন কৰা দীপাৱলী উপলক্ষে আটাইতকৈ ডাঙৰ হৈছে অযোধ্যাৰ দীপাৱলী। জানুৱাৰী মাহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অযোধ্যাত উদযাপন কৰা হৈছে

আজি পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপান্বিতা। দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে এক সুকীয়া মাদকতা।পোহৰৰ উৎসৱ দীপাৱলী মানেই যেন আনন্দৰ উৎসৱ। সন্ধিয়ালৈ ঘৰে ঘৰে সকলোৱে বন্তি প্ৰজ্বলন কৰিব।ফটকা,আটচবাজী শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ

আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন

যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা পৰিবেশ কৰ্মী। মলাই তেখেতৰ উপনাম। ১৯৫৯ চনৰ ৩১ অক্টোৱৰ তাৰিখে যাদৱ পায়েঙে জন্মলাভ কৰিছিল । সেইসূত্ৰে আজি তেওঁৰ ৬৫ সংখ্যক জন্মদিন । তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ