Browsing Category

India

আৰক্ষীৰ জিম্মাত অভিনেতা ছেইফ আলী খানৰ আক্ৰমণকাৰী

দেওবাৰে থানেত বলীউডৰ অভিনেতা ছেইফ আলী খানক ছুৰীৰে আঘাত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ছেইফ আলী খানৰ ঘৰত সংঘটিত হোৱা চাঞ্চল্যকৰ আক্ৰমণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষীয়ে জনোৱা মতে অভিযুক্তৰ নাম শ্বৰিফুল ইছলাম শ্বেহজাদ আৰু তেওঁ

ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ সন্ধানত ব্যস্ত মুম্বাই আৰক্ষী

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তেওঁৰ আক্ৰমণকাৰীৰ সন্ধান অব্যাহত আছে । আক্ৰমণকাৰীৰ সন্ধানত মুম্বাই আৰক্ষীয়ে ৩০টাতকৈও অধিক আৰক্ষীৰ দল মোতায়েন কৰিছে। বৰ্তমান লীলাৱতী হাস্পাতালত চিকিৎসাধীন হৈ থকা অভিনেতাজন ক্ৰমাৎ সুস্থ হৈ উঠিছে খান।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ড

১৯০ মিলিয়ন পাউণ্ডৰ আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে । লগতে তেওঁৰ পত্নী বুছৰা বিবিক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আল-কাদিৰ ইউনিভাৰ্চিটি প্ৰজেক্ট ট্ৰাষ্টৰ সৈতে

সপ্তাহযোৰা কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক

কাশ্মীৰত জেদ-মৰ্থ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা প্ৰায় ১০.৪৫ বজাত শ্ৰীনগৰ বিমানবন্দৰত অৱতৰণ কৰি সোণামাৰ্গলৈ ৰাওনা হয় । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য কাশ্মীৰৰ গণ্ডাৰবল জিলাত ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ জেদ-মৰ্থ সুৰংগ উদ্বোধন কৰি সোণামাৰ্গ

প্ৰয়াগৰাজত আজিৰে পৰা মহা কুম্ভ মেলা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহা কুম্ভ মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি পৌশ পূৰ্ণিমাৰ প্ৰথম স্নান। ১২ কিলোমিটাৰ অঞ্চল জুৰি নিৰ্মাণ কৰা স্নান ঘাটবোৰলৈ ভক্তৰ লানি নিচিনা সোত বৈছে। সংগমলৈ যোৱা সকলো প্ৰৱেশ পথতে ভক্তৰ ভিৰ। বাছ

বুলেট-প্ৰুফ গ্লাচেৰে পুনৰ মেৰামতি গেলেক্সি এপাৰ্টমেণ্টৰ

ছলমানৰ বাসগৃহ গেলেক্সি এপাৰ্টমেণ্টত মেৰামতিৰ কাম চলি থকাৰ মাজতেই এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। গেলেক্সি এপাৰ্টমেণ্টৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছেৰে মেৰামতি কৰা দেখা গৈছে। ঘৰৰ চাৰিওফালে হাই

নেপালত ৭.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প

আজি পুৱা নেপালত অনুভূত হয় প্ৰবল ভূমিকম্পৰ জোকাৰণি । এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক । বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ আৰু মণিপুৰতো পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ

সুন্দৰপুৰ কেঅ’ছলৈ শ্ৰেষ্ঠ ছবিৰ বঁটা ঘোষণা

নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীলৈ আহিল এক ভাল খবৰ। ঘোষণা হ'ল ২০২৪বৰ্ষৰ সপ্তম শৈলধৰ বৰুৱা FILMS AWARDS।শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে সুন্দৰপুৰ কেঅ'ছ ছবিখনে। এক হৃদয়স্পৰ্শী কাহিনীৰে ২০২৪চনৰ ২৫ অক্টোবৰত অসমৰ ছবিগৃগত শুভমুক্তি লাভ কৰিছিল ছবিখনে।

আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি

আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি । ১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ