Browsing Category
Fruits
ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?
ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত!-->!-->!-->…
শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?
ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ'ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ!-->…
আমলখিৰ গুণাগুণ আৰু ইয়াৰ উপকাৰিতা
আমলখি এবিধ অতি পুষ্টিকৰ ফল । ই স্বাস্থ্যৰ বাবে খুবেই উপকাৰী । আমলখিৰ কিছুমান মূল উপকাৰিতাৰ বিষয়ে জানো আহক:
আমলখি ভিটামিন চিৰ এক উৎকৃষ্ট উৎস, যিয়ে ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে সহায় কৰে, ছালৰ যত্ন লয় । শৰীৰক সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে!-->!-->!-->…
ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক
সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ!-->…
অমিতা আৰু ইয়াৰ উপকাৰিতা
অমিতা এক সু-স্বাদু ফলেই নহয়, এক পুষ্টিকৰ খাদ্যও ।অমিতা হৈছে উপকাৰীতাৰে ভৰপূৰ গ্রীষ্মকালীন এক ফল যিয়ে আপোনাৰ খাদ্যত এক মূল্যৱান সংযোজন আনে। ভিটামিন A, C, আৰু Eৰে সমৃদ্ধ অমিতাই ছালৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছালৰ সৌন্দৰ্য বৰ্ধন কৰে!-->…