Browsing Category

Festival

দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,

জগন্নাথ ৰথ যাত্ৰা: এক ধৰ্মীয় উৎসৱ

জগন্নাথ ৰথযাত্ৰা ভাৰতবৰ্ষৰ এক বিখ্যাত আৰু পবিত্ৰ ধৰ্মীয় উৎসৱ। প্ৰতি বছৰৰ দৰে এই বছৰো ওড়িশাৰ পুৰী নগৰীত প্ৰভূ জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাপ মূৰ্তি ৰথত উঠাই এই মহান যাত্ৰাৰ আয়োজন কৰা হৈছে। এই উৎসৱটি আষাঢ় মাহৰ শুক্ল পক্ষৰ

আজিৰে পৰা আৰম্ভ অম্বুবাচী মহাযোগ

যুগ যুগ ধৰি চলি অহা পৰম্পৰাৰেই মা কামাখ্যা মন্দিৰ পৰিচালিত হৈ আহিছে । সুচাৰুৰূপে পবিত্ৰ অম্বুবাচী মহাযোগ পালন আৰু ভক্ত সুৰক্ষাৰ বাবে সাজু প্ৰশাসন আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতি।ভক্তৰ সুৰক্ষা বাবে বিশেষ নীতি-নির্দেশনা আৰু সতৰ্কতাও জাৰি

দেওবাৰৰ পৰা নীলাচলৰ বুকুত মহা অম্বুবাচী মেলা

দেওবাৰৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা । অম্বুবাচী মেলা হৈছে ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ । আই বসুমতী ৰজস্বলা হোৱা প্রাচীন মাতৃপূজা শক্তিৰ আৰাধনা, উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা । ২০২৫ বৰ্ষৰ

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু

কাঁৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত আয়োজন কৰা হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ আজি অন্ত পৰিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলৰ সমান্তৰালকৈ ভাৰতীয় তাৰকা সকলৰ অংশগ্ৰহণো দেখিবলৈ পোৱা গৈছে ।

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

বিহাৰ ৰাজ্য স্থাপনৰ ১১৩ বৰ্ষপূতি উপলক্ষে অহা ২২ মাৰ্চত ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে বিহাৰ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল। বিহাৰ ফাউণ্ডেশ্যনে গুৱাহাটীৰ জি এম চি প্ৰেক্ষাগৃহত আয়োজন কৰা কাৰ্যসূচীত অংশ ল’বলৈ আমন্ত্ৰিত

আজি আলি আঃয়ে লৃগাং

আজি আলি আঃয়ে লৃগাং । মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং | ফাগুণ হ’ল কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ | এনে সময়তে মিচিং লোকসকলে উদযাপন কৰে নিজৰ জাতীয় উৎসৱ | ইয়াক লৃগাং বিহু বুলিও কোৱা হয় | আলি আঃয়ে লৃগাঙৰ অৰ্থ হ’ল শস্য

আজি বাথৌ পূজা

বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস