Browsing Category

Entertainment

কি ক’লে ইলন মাস্কৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে?

ধনকুবেৰ ইলন মাস্কৰ নতুন ৰাজনৈতিক দল গঠনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰাক্তন ঘনিষ্ঠ মিত্ৰ ইলন মাস্কক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। দেওবাৰে সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাৰ ৰাজনীতিত তৃতীয়

আজি মহেন্দ্ৰ সিং ধোনীৰ ৪৪ সংখ্যক জন্মদিন

আজি ভাৰতীয় ক্ৰিকেটৰ এজন অমৰ নায়ক মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ ৪৪তম জন্মদিন উদযাপন কৰিছে। সমগ্ৰ দেশ তথা ক্ৰিকেট প্ৰেমীসকলৰ মাজত ধোনীৰ জন্মদিন উপলক্ষে বিশেষ উল্লাস পৰিলক্ষিত হৈছে। ২০০৪ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ধোনীয়ে তেওঁৰ

EDGBASTON ত শুভমন গীলৰ জয়জয়কাৰ

ভাৰতীয় টীমৰ উদীয়মান তাৰকা খেলুৱৈ শুভমন গীলে দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত এক অভুতপূৰ্ব শতৰান অৰ্জন কৰি ভাৰতক এক দৃঢ় স্থিতিত উপনীত কৰিছে। এডজবাস্টনত অনুষ্ঠিত এই দ্বিতীয় টেষ্টখনত, ইংলেণ্ডৰ বিৰুদ্ধে শুভমনে ১৬১ ৰান কৰি ভাৰতীয় বেটিং লাইন আপত এক

পুনৰ কংগ্ৰেছক আক্ৰমণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ মাজৰ সংঘাত । শেষ হোৱা নাই বাক বিতণ্ডাৰ । সময়ে সময়ে দুয়োটা দলেই ইটোৱে সিটোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কিছু কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায় । এইবাৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি

চিৰ নিদ্ৰাত অভিনেত্ৰী শ্বেফালী জাৰিৱালা

৯০দশকৰ এটি অতি চৰ্চিত তথা জনপ্ৰিয় গীত কাঁটা লগা…. এই গীতটিৰ জৰিয়তে দৰ্শকৰ মাজত চিনাকি হৈ পৰিছিল গীতটিৰ অভিনেত্ৰী গৰাকী । নাম নাজানিলেও সকলোৰে আগত তেওঁ পৰিচয় লাভ কৰিছিল কাঁটা লগা গাৰ্ল হিচাপে । এই গীতটিত লাভ কৰা অভূতপূৰ্ব জনপ্ৰিয়তাৰ

লীডছত জিলিকিছে ঋষভ-ৰাহুলৰ যুটি, এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফীত অগ্ৰগতি টীম ইণ্ডিয়াৰ

ভাৰতীয় ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ কিংবদন্তি বলাৰ জেমছ এণ্ডাৰচনৰ নামেৰে চলিত বৰ্ষৰ ২০জুন তাৰিখৰ পৰা পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী । ভাৰত ইংলেণ্ডৰ মাজত অনুষ্ঠিত এই শৃংখলাৰ প্ৰথমখন মেচত টছত জিকিৰ

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: এক বিশ্বজনীন ক্ৰীড়া উদযাপন

প্ৰতি বছৰে ২৩ জুন তাৰিখে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। এই দিৱসটো বিশ্বজুৰি ক্ৰীড়াৰ প্ৰতি জনসাধাৰণৰ উৎসাহ বঢ়োৱা, অলিম্পিক আন্দোলনৰ ইতিহাসক স্মৰণ কৰা আৰু "ক্ৰীড়াৰ জৰিয়তে শান্তি আৰু একতা"ৰ বার্তা প্ৰসাৰত উৎসৰ্গিত। ১৯৪৮

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, বিষয়বস্তুঃ এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ

যোগৰ জৰিয়তে মানসিক শান্তি, জীৱনৰ গুণগত মান, আৰু সুস্থ জীৱন ধাৰণ কৰাৰ প্ৰেৰণা লাভ কৰিব পাৰি । যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধন-পদ্ধতি, যাৰ মূল উদ্দেশ্য হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত একতা তথা সামঞ্জস্য স্থাপন কৰা। "যোগ" শব্দটো সংস্কৃত যুজ

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী- ক্ৰিকেট জগতত বন্ধুত্ব আৰু প্ৰতিদ্বন্দ্বিতাৰ এক নতুন পৰিচায়ক

আন্তৰ্জাতিক ক্ৰিকেটত ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা শ্ৰেষ্ঠ প্ৰতিদ্বন্দ্বিতাসমূহত আজিৰে পৰা এক নতুন অধ্যায় সংযুক্ত হৈছে । কিয়নো আজিৰে পৰা আৰম্ভ হৈছে এণ্ডাৰচন-তেণ্ডুলকাৰ ট্রফী। এই ট্রফীৰ নাম দিয়া হৈছে ভাৰতৰ ক্ৰিকেটৰ আইকন শচীন তেণ্ডুলকাৰ আৰু

দক্ষিণ আফ্ৰিকা নতুন বিশ্ব টেষ্ট চেম্পিয়ন — অষ্ট্ৰেলিয়াক পৰাজিত কৰি ইতিহাস দক্ষিণ আফ্ৰিকাৰ

২০২৩-২৫ বৰ্ষৰ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) ফাইনেলত দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নৰ খিতাপ জয় কৰিলে। লণ্ডনৰ ঐতিহাসিক লৰ্ডছ ময়দানত অনুষ্ঠিত হোৱা এই ফাইনেলখনত দক্ষিণ আফ্ৰিকাই সকলো