Browsing Category

Education

আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি

আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি । ১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ

আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

আজি অসম সাহিত্য সভাৰ ১০৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম সাহিত্য সভাই অতিক্ৰম কৰিলে ১০৮টাকৈ বছৰ । ১৯১৭ চনত স্থাপিত অসম সাহিত্য সভাত বিশিষ্ট সাহিত্যিকদ্বয় পদ্মনাথ গোহাঞিবৰুৱা আৰু

গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন

খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত লাইখুঁটা স্থাপন । ২৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ৭ জানুৱাৰী ২০২৫ লৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা । এশৰো অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব গ্ৰন্থ মেলাত । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু

আজি বিশ্ব এইডছ দিৱস

প্ৰতি বছৰে ডিচেম্বৰৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয় । বিশ্ব এইডছ দিৱসে এইচ আই ভি/এইডছৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখনৰ কথা সোৱৰায় আৰু এই ৰোগত প্ৰাণ হেৰুওৱা লোকসকলক সন্মান জনায়। ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ । কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে

আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন

যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা পৰিবেশ কৰ্মী। মলাই তেখেতৰ উপনাম। ১৯৫৯ চনৰ ৩১ অক্টোৱৰ তাৰিখে যাদৱ পায়েঙে জন্মলাভ কৰিছিল । সেইসূত্ৰে আজি তেওঁৰ ৬৫ সংখ্যক জন্মদিন । তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ

মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ ।

মেট্ৰিক পৰীক্ষাৰ্থীলৈ আহিল এক ডাঙৰ খবৰ । ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিলে বিশেষ নিৰ্দেশনা । আগন্তক ২০২৫ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি

বিশ্ব টি২০ ক্ৰিকেট আৰু ইয়াৰ ইতিহাস ।

২০০৭ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখটো ক্ৰিকেট জগতৰ এক গুৰুত্বপূৰ্ণ দিন । এই দিনটোতেইআইচিচিৰ বিশ্ব টি-২০ৰ জন্ম হৈছিল । বিশ্ব ক্ৰিকেটৰ এক নতুন যুগৰ আৰম্ভণি হৈছিল এই‌ দিনটোৰ পৰাই । টি-২০ৰ পূৰ্বে ক্ৰিকেট প্ৰধানকৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবে