Browsing Category

Education

আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন

দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।

ঘূৰি নহাৰ বাটেৰে গুছি গ’ল সাহিত্যিক উদয়াদিত্য ভৰালী

উদয়াদিত্য ভৰালী আৰু নাই । কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ’ল এইগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপকে ৷ শনিবাৰে মাত্ৰ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উদয়াদিত্য ভৰালীয়ে। কেইবছৰো ধৰি শাৰীৰিকভাৱে

দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি

বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,

মহাকাশত শুভাংশু শুক্লাৰ ১১ দিন

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা ২৫ জুন ২০২৫ তাৰিখে SpaceX ৰ জৰিয়তে International Space Station লৈ সফলভাৱে উৰা মাৰে। তেওঁ হৈছে প্ৰথমজন ভাৰতীয় নাগৰিক, যিয়ে ব্যৱসায়িক মহাকাশ উৰণ অভিযানত অংশগ্ৰহণ কৰি ISSত বৈজ্ঞানিক গৱেষণা

আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱস

প্ৰতি বছৰে ২৬ জুন তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব ড্ৰাগছ বিৰোধী দিৱস। এই দিৱসৰ মূল উদ্দেশ্য হ'ল মাদক দ্ৰব্যৰ অবৈধ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰা আৰু ড্ৰাগছৰ পৰা মুক্ত এখন সমাজ গঢ়ি তোলা। ১৯৮৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিৱসটোক

CHUK (Centre for High-End Upskilling and Knowledge)

CHUK, CDAC ৰ সহযোগিতাত চলা এখন উচ্চ প্ৰযুক্তিমুখী চৰকাৰী সহায়-প্ৰাপ্ত প্ৰশিক্ষণ কেন্দ্ৰ। এই কেন্দ্ৰত ছয় মাহৰ বিভিন্ন প্ৰযুক্তি পাঠ্যক্ৰম MCA, B.E./B.Tech, M.Sc, B.Sc, BCA আদিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ। পাঠ্যক্ৰম চলি থকা

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

চলিত বৰ্ষত সমগ্ৰ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত সংগীত সম্ৰাট, জনজাতি গায়ক, চিন্তাবিদ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অসমীয়াৰ গৰিমা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০তম জন্মবাৰ্ষিকী জাঁকজমকাৰে পালন কৰাৰ দিহা কৰা হৈছে। এই বিশেষ ক্ষণত ৰাজ্য চৰকাৰে আৰু

দেশৰ পৰৱৰ্তী লোকপিয়লত অন্তৰ্ভুক্ত হ’ব জাতিগত গণনা

দেশৰ বাবে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে । দেশত সাধাৰণ লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনা কৰাৰো পোষকতা মোদী চৰকাৰৰ। দেশৰ পৰৱৰ্তী লোকপিয়লত প্ৰথমবাৰৰ বাবে কৰা হ’ব জাতিৰ গণনা।লোকপিয়লৰ সময়ত মুঠ জনসংখ্যাৰ প্ৰতিটো জাতিৰ সংখ্যা, আৰু

ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি উন্মোচন

বৃহস্পতিবাৰে ৰাজ্যজুৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । বড়ো জাতিৰ কাৰণে অজস্ৰ ত্যাগ স্বীকাৰ কৰা

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,