Browsing Category
Education
আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী
আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি!-->…
লাচিত বৰফুকন পুলিচ একাডেমীৰ দ্বিতীয়টো দীক্ষান্ত সমাৰোহ
আজি দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত ১ম, ২য় আৰু ৩য় নং ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত ৭০০ গোৱা আৰক্ষীৰ নিযুক্তি কনিষ্টবলৰ দীক্ষান্ত সমাৰোহৰ পেৰেডত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সমাৰোহৰ মুখ্য অতিথি হিচাপে!-->…
আজি পবিত্ৰ ৰাখী বন্ধন
ৰক্ষাবন্ধন অথবা ৰাখীবন্ধন হৈছে ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি ভগ্নী-ভ্রাতৃত্বৰ বন্ধনক প্ৰতিফলিত কৰে। "ৰক্ষা" অৰ্থাৎ সুৰক্ষা আৰু "বন্ধন" অৰ্থাৎ বান্ধ — এই দুয়ো শব্দ মিলি ৰক্ষাবন্ধন হৈছে ভাতৃ-ভগ্নীৰ পৰস্পৰৰ প্ৰতি স্নেহ, মৰম আৰু!-->…
অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ!-->…
আজি হিৰোছিমা দিৱস
প্ৰতি বছৰৰ ৬ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বজুৰি "হিৰোছিমা দিৱস" (Hiroshima Day) পালন কৰা হয়। ১৯৪৫ চনৰ আজিৰ দিনটোত, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত, আমেৰিকাই জাপানৰ হিৰোছিমা চহৰত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
এই বিস্ফোৰণত হিৰোছিমা চহৰ সম্পূৰ্ণৰূপে!-->!-->!-->…
ড° ৰুবুল মাউটৰ নতুন আৱিষ্কাৰে চমকিত কৰিছে সমগ্ৰ বিশ্বক
অসম সন্তান ৰুবুল মাউটৰ আন এক বৃহৎ সফলতা। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ড০ ৰুবুল মাউটৰ উদ্ভাৱনে এতিয়া খলকনি লগাইছে সমগ্ৰ বিশ্বত। কৃত্ৰিম বুদ্ধিমত্তাৰে ৰুবুলৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে প্ৰস্তুত প্ৰ’টিনে শক্তিশালী কৰিব মানৱ দেহৰ!-->…
অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান
লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই!-->…
পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক
শুকুৰবাৰে গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত কৰা হয় নিযুক্তি পত্র প্রদান অনুষ্ঠান ৷ মুখ্যমন্ত্রীৰ উপস্থিতিত প্ৰদান কৰা হয় এই নিযুক্তি পত্র সমূহ ৷
পলিটেকনিক, ইঞ্জিনিয়াৰিং ত নিযুক্তি দিয়া হয় ফেকাল্টিক ৷ আজি এই অনুষ্ঠানত!-->!-->!-->!-->!-->…
মহাকাশ পৰিভ্ৰমণ শেষ কৰি আজি স্বগৃহলৈ মহাকাশচাৰী শুভাংশু শুক্লা
বিশ্বৰ মহাকাশ অভিযানত ভাৰতৰ নাম জিলিকাবলৈ সক্ষম হোৱা দেশৰ দ্বিতীয় গৰাকী মহাকাশচাৰী শুভাংশু শুক্লাৰ আজি পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ হৈছে । Axiom Space আৰু NASAৰ সহযোগিতাৰে চালিত Axiom-4 মিছনত অংশগ্ৰহণ কৰি শুভাংশু শুক্লাই আন্তর্জাতিক!-->…
মহাকাশচাৰী শুভাংশু শুক্লাই ভংগ কৰিলে ৰাকেশ শৰ্মাৰ অভিলেখ
২৫ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । Axiom4 শীৰ্ষক মহাকাশ অভিযানৰ অংশ হিচাপে ১৪ দিনৰ বাবে মহাকাশলৈ যোৱা শুভাংশু শুক্লাই বৰ্তমান মহাকাশত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে । তাৰ মাজতেই!-->…