Browsing Category
d north east
আজি মেঘালয় ভ্ৰমণ সামৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে
কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে মেঘালয় ভ্ৰমণৰ বাবে শিলচৰত উপস্থিত হয় । উন্নয়নমূলক পদক্ষেপসমূহ পৰ্যালোচনা কৰা, উদ্যোগীকৰণক প্ৰসাৰ কৰা, আৰু মেঘালয়ৰ স্থানীয় জনগোষ্ঠীসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাই আছিল তেওঁৰ এই!-->…
অৱশেষত পোহৰলৈ আহিল আহমেদাবাদ বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ তথ্য
অৱশেষত পোহৰলৈ আহিছে আহমেদাবাদৰ এয়াৰ ইণ্ডিয়া বিমান দুৰ্ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদনৰ তথ্য । Enhanced airborne flight recorderৰ তথ্য অনুসৰি ককপিটৰ ভইচ ৰেকৰ্ডিঙত পাইলট দুজনৰ কথোপকথন শুনিবলৈ পোৱা গৈছে । য'ত এজন পাইলটে আনজনক ইঞ্জিনৰ!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণক উপহাস পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওপৰত তীক্ষ্ণ আক্ৰমণ চলাই বৈদেশিক নীতিৰ ক্ষেত্ৰত কেন্দ্ৰৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে!-->!-->!-->…
অসম চৰকাৰৰ শেহতীয়া কেবিনেট সিদ্ধান্তসমূহ
অসমৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ অৰ্থে বৃহস্পতিবাৰে অসম ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্ত অনুসৰি ব্যক্তিগত নাৰ্ছিং হোম, ছাত্ৰ-ছাত্ৰীৰ বাবে "প্ৰেৰণা আঁচনি, উদাসীন ভকতৰ বাবে আৰ্থিক সাহায্য,!-->…
যোৰহাটত এইবাৰ মুন্নাভাই MBBS
মুন্নাভাই MBBS ওৰফে অশোক কুমাৰ গগৈ । চেম্বাৰ খুলি ১৫ বছৰে চিকিৎসা আগবঢ়াই আহিছিল মুন্নাভাইয়ে l
যোৱা ১৫ টা বছৰে যোৰহাটবাসীক চিকিৎসা আগবঢ়াই আহিছিল অশোক কুমাৰ গগৈ নামৰ এইজন ভুৱা চিকিৎসকে । যোৰহাট নগৰৰ মাজ মজিয়াৰ পুৰণা আবৰ্ত ভৱন পথত!-->!-->!-->!-->!-->…
শৰাইঘাট হ্ৰদ উদ্যান
আমিনগাঁওৰ শৰাইঘাট হ্ৰদত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণী বড়া।
শৰাইঘাট দলংৰ উত্তৰ পাৰে আমিনগাঁওত অসম পৰ্যটন উন্নয়ন নিগমে শেহতীয়া ভাৱে মুকলি কৰা শৰাইঘাট হ্ৰদ উদ্যান পৰিদৰ্শন কৰে সঞ্চালকগৰাকীয়ে। সৰোবৰৰ পানীত শিশু!-->!-->!-->!-->!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ব্ৰাজিলৰ সৰ্বোচ্চ অসামৰিক সন্মান
ব্ৰাজিলত অনুষ্ঠিত ব্ৰিকছ সন্মিলনীত অংশ লোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰাজিলৰ ৰাজধানী ব্ৰাছিলিয়াত উপস্থিত হয় । ব্ৰাছিলিয়াত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয় । লগতে!-->…
মহাকাশচাৰী শুভাংশু শুক্লাই ভংগ কৰিলে ৰাকেশ শৰ্মাৰ অভিলেখ
২৫ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই । Axiom4 শীৰ্ষক মহাকাশ অভিযানৰ অংশ হিচাপে ১৪ দিনৰ বাবে মহাকাশলৈ যোৱা শুভাংশু শুক্লাই বৰ্তমান মহাকাশত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলাই আছে । তাৰ মাজতেই!-->…
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক Deserving আখ্যা দি শান্তিৰ ন'বেল বঁটাৰ বাবে মনোনীত কৰিছে ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতান্যাহুয়ে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰে হোৱাইট হাউছত নৈশ ভোজ গ্ৰহণ কৰি থকাৰ সময়তেই ইজৰাইলৰ!-->…
কি ক’লে ইলন মাস্কৰ নতুন ৰাজনৈতিক দল সন্দৰ্ভত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে?
ধনকুবেৰ ইলন মাস্কৰ নতুন ৰাজনৈতিক দল গঠনক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ প্ৰাক্তন ঘনিষ্ঠ মিত্ৰ ইলন মাস্কক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। দেওবাৰে সংবাদ মাধ্যমৰ আগত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাৰ ৰাজনীতিত তৃতীয়!-->…