Browsing Category

d north east

ইউৰোপলৈ ভাৰতৰ ডিজেল ৰপ্তানি আগষ্ট মাহত ১৩৭ শতাংশ বৃদ্ধি, নতুন ৰেকৰ্ড স্থাপন

আগষ্ট মাহত ইউৰোপলৈ ভাৰতৰ ডিজেল ৰপ্তানি নাটকীয়ভাৱে বৃদ্ধি পাইছে। বছৰৰ পিছত বছৰ ধৰি ১৩৭ শতাংশ বৃদ্ধি পাই প্ৰতিদিনে ২ লাখ ৪২ হাজাৰ বেৰেললৈ উপনীত হৈছে এই ৰপ্তানিৰ পৰিমাণ। বৈশ্বিক শক্তি বজাৰত চাহিদা বৃদ্ধি আৰু যোগান সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ

ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান

ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত | সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান স্থাপন কৰা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বন বিভাগে - দেওশিলা সুৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান। ৰংজুলিৰ

“IPPB ৰ ৮ বছৰত ১২ কোটিৰো অধিক গ্ৰাহক,ঘৰেঘৰে বেংকিং সেৱা”

ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংক (IPPB) এ ৮ বছৰৰ কাৰ্যকালত ১২ কোটিৰো অধিক গ্ৰাহক অন্তৰ্ভুক্ত কৰি কোটি কোটি ডিজিটেল লেনদেন সম্পন্ন কৰিছে। দেশৰ ঘৰেঘৰে বেংকিং সেৱা আগবঢ়াই আহিছে ইণ্ডিয়া প'ষ্ট পেমেণ্টছ বেংকে। ২০১৮ চনত আৰম্ভ হোৱা পৰা, IPPB বিশ্বৰ

জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত পেলাইছে গভীৰ শোকৰ ছাঁ

জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়া মাৰাঠীৰ মৃত্যুৱে অভিনয় জগতত গভীৰ শোকৰ ছাঁ পেলাইছে l মুম্বাইত শেষ নিঃশ্বাস ত্যাগ কৰা প্ৰিয়াই দীঘলীয়া সময় ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল l মাৰাঠী ধাৰাৱাহিকৰ পৰা অভিনয় যাত্ৰা আৰম্ভ কৰি, তেওঁ ‘কসম সে’ত 'বিদ্যা

জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টকিঅ'ত হ'বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে এই যাত্ৰা প্রধানমন্ত্রীগৰাকীৰ। ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে

ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি আপুনি? ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি?

ফেটি লিভাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছু খাদ্য ত্যাগ কৰিব লাগিব। বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায়। মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয়। সাধাৰণতে অতিৰিক্ত

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত ফিজিৰ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে চৰকাৰী ভ্ৰমণসূচীৰে ২৪ আগষ্টৰ পৰা ২৬ আগষ্টলৈ ভাৰত ভ্ৰমণলৈ আহে ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি লিগামাদা ৰাবুকা । পোন প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী ৰাবুকাক এই ভ্ৰমণত সংগ দিয়ে তেওঁৰ

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস

চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই

অপাৰেচন সিন্দুৰৰ মাজতেই মেচত অৱতীৰ্ণ হ’ব ভাৰত-পাকিস্তান

মঙলবাৰে মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় চলিত বৰ্ষত অনুষ্ঠিত হ'বলগীয়া এছিয়া কাপৰ বাবে ভাৰতীয় পুৰুষ দলৰ বাচনি প্ৰক্ৰিয়া । এই বাছনি বৈঠকৰ পিছতেই অধিনায়ক সূৰ্যকুমাৰ যাদৱ আৰু জ্যেষ্ঠ পুৰুষ বাছনি

শৰীৰৰ ওজন বাঢ়িছে নেকি আপোনাৰ?

ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ হ'ব আপোনাৰ ওজন। এটা মাত্ৰ নেমুৱে হ্ৰাস কৰিব পাৰে আপোনাৰ ওজন। অগণন গুণৰ অধিকাৰী হৈছে এই নেমু। শৰীৰৰ বাবে নেমু হৈছে আটাইতকৈ উপকাৰী ফল। নেমুত ভিটামিন এ, ভিটামিন বি আৰু ভিটামিন চি- এই তিনিবিধ ভিটামিনযুক্ত খাদ্যগুণ