Browsing Category

culture

আজি পৱিত্ৰ বৰদিন

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি

গুৱাহাটীত অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন

খানাপাৰাৰ পশু চিকিৎসালয় খেল পথাৰত লাইখুঁটা স্থাপন । ২৭ ডিচেম্বৰ ২০২৪ ৰ পৰা ৭ জানুৱাৰী ২০২৫ লৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা । এশৰো অধিক গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰিব গ্ৰন্থ মেলাত । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু

৯০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল

নদী পৰ্যটনক কেন্দ্ৰ হিচাপে লৈ অসম পৰ্যটন বিভাগৰ উদ্যোগত আৰম্ভ কৰা হৈছে ব্ৰহ্মপুত্ৰ কাৰ্ণিভেল।মহানগৰীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত আৰম্ভ হৈছে এই মহোৎসৱ।এই মহোৎসৱ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু জয়ন্ত মল্লবৰুৱাই আনুষ্ঠানিকভাৱে

আজি ষঠ পূজা

আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী

বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ । বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম

ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক

সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে

দীপান্বিতাত ৰাম জন্মভূমি অযোধ্যাত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড

সমগ্ৰ দেশতে দীপাৱলীৰ উছাহ । অযোধ্যাত আৰম্ভ হৈছে পোহৰৰ উৎসৱ। এইবাৰ উদযাপন কৰা দীপাৱলী উপলক্ষে আটাইতকৈ ডাঙৰ হৈছে অযোধ্যাৰ দীপাৱলী। জানুৱাৰী মাহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অযোধ্যাত উদযাপন কৰা হৈছে

আজি পোহৰৰ উৎসৱ দীপাৱলী

আজি পোহৰৰ উৎসৱ দীপান্বিতা। দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে এক সুকীয়া মাদকতা।পোহৰৰ উৎসৱ দীপাৱলী মানেই যেন আনন্দৰ উৎসৱ। সন্ধিয়ালৈ ঘৰে ঘৰে সকলোৱে বন্তি প্ৰজ্বলন কৰিব।ফটকা,আটচবাজী শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ

আজি ধনতেৰচ ।

প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচ পালন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্‌ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ