Browsing Category

culture

ৰাজধানী নতুন দিল্লীত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তি উন্মোচন

বৃহস্পতিবাৰে ৰাজ্যজুৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। তেওঁৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী হাতত লোৱা হয় । বড়ো জাতিৰ কাৰণে অজস্ৰ ত্যাগ স্বীকাৰ কৰা

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু

জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ

নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান

মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ বৰ্ণাঢ্য উদযাপন

অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই

আজি বিশ্ব মাতৃভাষা দিৱস

আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১

আজি কলাগুৰুৰ জন্মবাৰ্ষিকী

আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ

আজি বাথৌ পূজা

বাথৌ পূজা বা বাথৌ উৎসৱ অসমৰ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সাধাৰণতে এই অনুষ্ঠান বছৰটোত দুবাৰকৈ পালন কৰা হয়। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰেৎ সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস

স্বল্পৱসনাৰ পৰা এতিয়া ভগৱা বস্ত্ৰধাৰী হ’ল মমতা

চলিত মহা কুম্ভত বিভিন্ন কাৰণত বহু সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এইবাৰ চৰ্চালৈ আহিছে বলিউডৰ এগৰাকী অভিনেত্ৰী । বলিউডৰ জনপ্ৰিয় ছৱি কৰণ অৰ্জুনৰ নায়িকা মমতা কুলকাৰ্ণী এইবাৰ সন্ন্যাস গ্ৰহণ কৰাৰ দিশে অগ্ৰসৰ হৈছে । ৯০ দশকৰ

আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন

আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন। ১৮৭৭চনৰ ২২জানুৱাৰী তাৰিখে গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল তৰুণৰাম ফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম ভাগীৰথী। তৰুণৰাম ফুকনে গুৱাহাটীত অধিবক্তা হিচাপে যথেষ্ট সুনাম কৰিছিল। ১৯১৪চনত ভাৰতৰ