Browsing Category
culture
অমস কেবিনেটৰ শেহতীয়া সিদ্ধান্তসমূহ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় । ৰাজ্যৰ সমূহ কেবিনেট মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এই কেবিনেট বৈঠকত ৰাজ্য তথা ৰাজ্যবাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ!-->…
আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ জাতিৰ পিতাৰ প্ৰতিমূৰ্ত্তি উদ্বোধন
ৰাজ্যৰ বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেণ সিংহৰ দ্বাৰা আমিনগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি । এই প্ৰতিমূৰ্ত্তি উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই!-->…
চিৰদিনলৈ ধৰা-পৃষ্ঠক বিদায় জনালে ঝাৰখণ্ডৰ “দিশম গুৰু”ৱে
ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMMৰ প্ৰতিষ্ঠাপক তথা তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা ৰাজ্যখনৰ বৰ্ষীয়ান নেতা শিবু ছোৰেনে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত আজি চিৰদিনৰ বাবে ধৰাৰ পৰা!-->…
অপাৰেচন সিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ তীব্ৰ বাক্যবান
লোকসভাৰ বৰ্ষাকালীন অধিবেশনত অপাৰেচন সিন্দুৰ সন্দৰ্ভত এক বিশেষ আলোচনা অব্যাহত আছে। ৰাজ্যসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ১৬ ঘণ্টীয়া বিশেষ আলোচনাৰ সূচনা কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। শাসকীয় দল আৰু বিৰোধীৰ বহু সদস্যই এই!-->…
মুছলমান সমাজক গো-মাংস বৰ্জন কৰাৰ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ
সংখ্যালঘু মুছলমান অঞ্চলত গো-মাংসৰ বেপাৰ কৰা সকলৰ ওপৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। এই সন্দৰ্ভত বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা আয়ুক্তক স্মাৰক পত্ৰ দাখিল কৰিছে । সাপ্তাহিক বজাৰ সমূহত গৰু!-->…
ভাৰতৰ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ৰ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ
ৰাজ্যসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোত অধ্যক্ষতা কৰি ৰাজ্যসভাৰ নৱ নিযুক্ত সদস্যসকলক শপত বাক্য পাঠ কৰোৱায় উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে । সদনৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকতো অংশগ্ৰহণ কৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকীয়ে । কেইঘণ্টামানৰ!-->…
ৰবীন্দ্ৰ ভৱন পুনৰ মুকলিৰ দাবীৰে শিল্পী সমাজৰ অভিনৱ প্ৰতিবাদ
নাট্যপ্ৰেমীৰ আৱেগ ৰবীন্দ্ৰ ভৱন । ৰবীন্দ্ৰ ভৱনৰ লগত জড়িত আছে সমগ্ৰ অসমৰ নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মীৰ আবেগ । গুৱাহাটীৰ বাহিৰৰ অন্য জিলা বা অঞ্চলৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এখন নাটক কৰিবলৈ অহাৰ আনন্দ-উৎসাহ উদ্দীপনাই সুকীয়া ৷ অসমৰ সাংস্কৃতিক ইতিহাসৰ!-->…
আজি ধৰ্মগুৰু দালাই লামাৰ ৯০ সংখ্যক ওপজা দিন
দালাই লামা তিব্বতীয় বৌদ্ধ ধৰ্মৰ আটাইতকৈ উচ্চতম উপাধি। এই উপাধিধাৰীজনক তিব্বতীয় বৌদ্ধসকলৰ ধৰ্মীয় গুৰু বুলি গণ্য কৰা হয়। “দালাই” শব্দটোৰ অৰ্থ হৈছে “সমুদ্ৰ” আৰু “লামা” অৰ্থ “গুৰু” — সেয়েহে “দালাই লামা” মানে “জ্ঞানৰ সমুদ্ৰ সদৃশ গুৰু”।
!-->!-->!-->…
ঘূৰি নহাৰ বাটেৰে গুছি গ’ল সাহিত্যিক উদয়াদিত্য ভৰালী
উদয়াদিত্য ভৰালী আৰু নাই । কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ’ল এইগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপকে ৷ শনিবাৰে মাত্ৰ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উদয়াদিত্য ভৰালীয়ে।
কেইবছৰো ধৰি শাৰীৰিকভাৱে!-->!-->!-->…
দালাই লামাৰ ৯০তম ওপজা দিন উদযাপনৰ প্ৰস্তুতি
বিশ্বৰ খ্যাতনামা ধৰ্মগুৰু আৰু শান্তিৰ বার্তাবাহক দালাই লামাৰ ৯০তম জন্মদিন ২০২৫ চনৰ ৬ জুলাইত সমগ্ৰ বিশ্বজুৰি উদযাপন কৰা হৈছে। তিব্বতীয় বৌদ্ধ ধৰ্মৰ ১৪তম দালাই লামা হিচাপে পৰিচিত তেনজিন গ্যাতছোৱে এই বিশেষ দিনত তেওঁৰ অনুগামীসকলক শান্তি,!-->…