Browsing Category
culture
তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ
ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ!-->…
আজি ষট পূজা
ষট পূজা হৈছে এটা প্রাচীন বৈদিক হিন্দু উৎসৱ, যাৰ মূল উদ্দেশ্য সূর্য দেৱতা আৰু তেওঁৰ পত্নী ঊষা আৰু সন্ধ্যাক পূজা-অৰ্চনা কৰা। ভাৰতৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, আৰু নেপালত আৰম্ভ হোৱা এই উৎসৱটি আজিকালি সমগ্ৰ ভাৰত তথা বিদেশতো সমান উৎসাহেৰে!-->…
এইবাৰৰ দিপাৱলী জুবিন বিহীন
জুবিন বিহীন প্ৰথমটো দিপাৱলী অসমবাসীয়ে আজি পালন কৰিছে। নাই কোনো উৎসাহ নাই কোনো আনন্দৰ ঢল। বিষাদৰ চকুলো বোৱাই জুবিনৰ গীতেৰে পাৰ কৰা গৈছে দিপাৱলীৰ আনন্দ।
দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। দীপাৱলী জাতি ধৰ্ম!-->!-->!-->!-->!-->…
আজি কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ তিনিটা বিহুৰ অন্যতম আৰু এটি মহত্বপূর্ণ জাতীয় উৎসৱ। আহিন মাহৰ শেষৰদিনা তথা কাতি মাহৰ প্ৰথম দিনা, অৰ্থাৎ আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। এই সময়ত অসমবাসীৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে, নতুন!-->…
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে!-->…
জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে
দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। টকিঅ'ত হ'বলগীয়া পঞ্চদশ ভাৰত-জাপান বার্ষিক শীর্ষ সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে এই যাত্ৰা প্রধানমন্ত্রীগৰাকীৰ। ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ লগতে!-->…
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস
চন্দ্ৰযান-৩ অভিযানৰ ঐতিহাসিক সাফল্যৰ স্মৃতিত ভাৰতে প্ৰতি বছৰে ২৩ আগষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰে। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে ইতিহাসৰ সৃষ্টি কৰিছিল। চন্দ্ৰযান-৩ৰ সফলতাই!-->…
আজি ভাৰতীয় ৰাজনীতিৰ আদৰ্শ অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী
আজি সমগ্ৰ দেশজুৰি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতীয় ৰাজনীতিৰ মহীৰূহ অটল বিহাৰী বাজপেয়ীৰ নৱম সংখ্যক মৃত্যুবার্ষিকী গভীৰ শ্ৰদ্ধাৰে পালন কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানত অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি!-->…
লাচিত বৰফুকন পুলিচ একাডেমীৰ দ্বিতীয়টো দীক্ষান্ত সমাৰোহ
আজি দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত ১ম, ২য় আৰু ৩য় নং ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত ৭০০ গোৱা আৰক্ষীৰ নিযুক্তি কনিষ্টবলৰ দীক্ষান্ত সমাৰোহৰ পেৰেডত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । সমাৰোহৰ মুখ্য অতিথি হিচাপে!-->…
আজি পবিত্ৰ ৰাখী বন্ধন
ৰক্ষাবন্ধন অথবা ৰাখীবন্ধন হৈছে ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি ভগ্নী-ভ্রাতৃত্বৰ বন্ধনক প্ৰতিফলিত কৰে। "ৰক্ষা" অৰ্থাৎ সুৰক্ষা আৰু "বন্ধন" অৰ্থাৎ বান্ধ — এই দুয়ো শব্দ মিলি ৰক্ষাবন্ধন হৈছে ভাতৃ-ভগ্নীৰ পৰস্পৰৰ প্ৰতি স্নেহ, মৰম আৰু!-->…