Browsing Category
Assam
“চিয়া ছীডছ স্বাস্থ্যকৰ, কিন্তু ভুল ব্যৱহাৰে কৰিব উপকাৰৰ সলনি ক্ষতি”
স্বাস্থ্য সচেতন লোকৰ মাজত চিয়া ছীডছৰ জনপ্রিয়তা দিনে দিনে বৃদ্ধি পাইছে। ওমেগা–৩ ফেটি এচিড, প্ৰটিন, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে পৰিপূর্ণ এই স্মুদি, দৈ, অটছ বা চালাডত সহজেই মিহলি কৰিব পৰা যায়। কিন্তু পুষ্টিবিদৰ মতে চিয়া ছীডছ খোৱা যেন তেনে!-->!-->!-->…
তেজপুৰৰ বালিপুখুৰীত ৬৮ তম ৰাস মহোৎসৱ
ঐতিহ্যমণ্ডিত তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৬৮ তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। প্ৰতিবছৰৰ দৰে এইবাৰো শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰম ভাৱে দেখা গৈছে শ্রী কৃষ্ণৰ ৰাস মহোৎসৱ।এই ৰাস মহোৎসৱৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী গৰাকীৰ!-->…
“অধিকাৰ দাবীত পঞ্চায়ত বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ অনির্দিষ্টকালীন ধৰ্মঘট অব্যাহত”
সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত ১১ নবেম্বৰৰ পৰা ৰাজ্যজুৰি অব্যাহত ৰাখিছে কৰ্মবীৰ্তি আৰু অৱস্থান ধৰ্মঘট। দাবীৰ বিপৰীতে ৰাজ্য চৰকাৰে অগভীৰতা দেখুৱাইছে বুলি সংগঠনে তীব্ৰ ক্ষোভ!-->…
গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল স্নাতকোত্তৰ মহলাৰ ৭২তম আলোচনীৰ উন্মোচনী অনুষ্ঠান
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ২০২২-২৩ বৰ্ষৰ উদ্যোগত দ্বাসপ্ততিতম গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীৰ উন্মোচনী অনুষ্ঠান ৩১ অক্টোবৰ ২০২৫ শুক্ৰবাৰে বিয়লি ৩ বজাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত এক!-->…
এইবাৰৰ দিপাৱলী জুবিন বিহীন
জুবিন বিহীন প্ৰথমটো দিপাৱলী অসমবাসীয়ে আজি পালন কৰিছে। নাই কোনো উৎসাহ নাই কোনো আনন্দৰ ঢল। বিষাদৰ চকুলো বোৱাই জুবিনৰ গীতেৰে পাৰ কৰা গৈছে দিপাৱলীৰ আনন্দ।
দীপাৱলী হৈছে পোহৰৰ উৎসৱ, এই উৎসৱ প্ৰতি বছৰে পালন কৰা হয়। দীপাৱলী জাতি ধৰ্ম!-->!-->!-->!-->!-->…
আজি কাতি বিহু
কাতি বিহু বা কঙালী বিহু অসমৰ তিনিটা বিহুৰ অন্যতম আৰু এটি মহত্বপূর্ণ জাতীয় উৎসৱ। আহিন মাহৰ শেষৰদিনা তথা কাতি মাহৰ প্ৰথম দিনা, অৰ্থাৎ আহিন-কাতিৰ সংক্ৰান্তিৰ দিনটোত এই বিহু পালন কৰা হয়। এই সময়ত অসমবাসীৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে, নতুন!-->…
“দেৱী দূৰ্গাৰ আগমন আৰু উৎসৱৰ আনন্দ”
"या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥"
আহিন মাহৰ পৰা আৰম্ভ হোৱা শৰৎ ঋতুত অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে উলহ-মালহেৰে পালন কৰা হয় দূৰ্গা পূজা। এই পূজা ভাগ দেৱী দূৰ্গাৰ মাহাত্ম্যক সোঁৱৰি অনুষ্ঠিত কৰা হয়।!-->!-->!-->…
“দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত নলা নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ”
হোজাই জিলাৰ বিন্নাকান্দী সমষ্টিত আকৌ পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ দুৰ্নীতিৰ ঘটনা। অকচেকপথাৰ গাঁও পঞ্চায়তৰ দীঘলজাৰ ৰাজ্যিক চিকিৎসালয়ত পকী নলা নিৰ্মাণৰ নামত ২০২৩-২৪ বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ পৰা ৯,৯৭,০০০ টকা মুকলাই দিয়া হৈছিল।
অভিযোগ!-->!-->!-->!-->!-->…
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন ২০২৫ চনত সমগ্ৰ উত্তৰ-পূবত এক ঐতিহাসিক পৰিৱেশৰ সৃষ্টি কৰিছে। মহান সুৰসম্ৰাট, গীতিকাৰ, সংগীত পৰিচালক, কবি আৰু সমাজপ্ৰেমী ড° হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ অসমতে আনন্দৰ উল্লাসৰে!-->…
ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান
ৰংজুলি বনাঞ্চলত উচ্ছেদ অভিযান অব্যাহত |
সংৰক্ষিত বনাঞ্চল বেদখল কৰি বাগান স্থাপন কৰা প্ৰায় ৩৫ হেক্টৰ বনভূমিত উচ্ছেদ চলালে ৰংজুলি বন বিভাগে - দেওশিলা সুৰক্ষিত বনাঞ্চল আৰু বুদুলুং সংৰক্ষিত বনাঞ্চলত চলিল এই অভিযান।
ৰংজুলিৰ!-->!-->!-->!-->!-->!-->!-->…